--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ অনুৰাগীসকলে এতিয়া অপেক্ষা কৰি আছে 'জৱান’ৰ বাবে। এটলীৰ সৈতে ছুপাৰষ্টাৰগৰাকীৰ প্ৰথমখন ছবি ৭ ছেপ্টেম্বৰত মুক্তি পাব আৰু ইয়াৰ প্ৰিভিউ ১০ জুলাইত মুক্তি পাব। টুইটাৰত ছবিখনৰ ট্ৰেণ্ড অব্যাহত থকাৰ সময়তে অভিনেতাগৰাকীয়ে ‘আস্ক এছ আৰ কে’ অনুষ্ঠান আয়োজন কৰে।

১৩ জুলাইৰ ‘আস্ক এছ আৰ কে’ অধিবেশনত ছুপাৰষ্টাৰগৰাকীয়ে এজন অনুৰাগীক প্ৰতিশ্ৰুতি দিছিল যে অধিবেশনৰ ঠিক পিছতেই তেওঁ ‘জৱান’ৰ নতুন পোষ্টাৰ ড্ৰপ কৰিব। কথামতেই কাম!

পোষ্টাৰখনত দেখা গৈছে যে শ্বাহৰুখ খানে প্ৰথমবাৰৰ বাবে টকলা হৈছে। এটলী ছবিখনত দুটা চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীয়ে নিজৰ খলনায়ক অৱতাৰৰ বাবে টকলা হোৱা দেখা যাব। পোষ্টাৰখন দেখি অনুৰাগীমহলৰ মাজত ব্যাপক হৈ চৈৰ সৃষ্টি হৈছে।

তেওঁ পোষ্টাৰখনৰ স’তে লিখিছে, "এতিয়া কামলৈ উভতি যাব লাগিব। জৱানে মুক্তিৰ সাজু হৈছে। #AskSRK ৰ বাবে সময় দিয়াৰ বাবে ধন্যবাদ। প্ৰতিশ্ৰুতি অনুসৰি ছবিখনৰ পোষ্টাৰখন মুকলি কৰিলো।’’

উল্লেখ্য যে ‘জোৱান’ত অভিনয় কৰিছে নয়ন্তৰা, বিজয় সেঠুপতি, সন্যা মালহোত্ৰা, ইত্যাদি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে