--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি অৰ্থাৎ ২৫ ডিচেম্বৰত সমগ্ৰ বিশ্বতে খ্ৰীষ্টমাছ উৎসৱ পালন কৰা হয়। যদিও বৰদিন মূলতঃ খ্ৰীষ্টান সম্প্ৰদায়ৰ উৎসৱ, যিটো প্ৰভু যীশুক উৎসৰ্গা কৰি জন্মদিনৰ দিনা পালন কৰা হয়। কিন্তু এই উৎসৱ দেশৰ লগতে বিশ্বৰ বিভিন্ন ধৰ্মৰ লোকেও পালন কৰে। লাহে লাহে বৰদিনৰ জনপ্ৰিয়তাও বৃদ্ধি পাইছে। বৰদিনৰ দিনা সকলো ধৰ্মৰ লোক গীৰ্জালৈ যায়, বৰদিনৰ গছজোপা সজাই ৰঙীণ মমবাতি জ্বলাই ঘৰটো ৰঙা আৰু সেউজীয়া ৰঙেৰে সজাই, কেক কাটি, শিশুক উপহাৰ দিয়ে আৰু ইজনে-সিজনক বৰদিনৰ শুভেচ্ছা জনাই এই দিনটো পালন কৰে। প্ৰতি বছৰে ২৫ ডিচেম্বৰত কিয় বৰদিন পালন কৰা হয়? এই কিছু কথা জানো আহক।

২৫ ডিচেম্বৰত বৰদিন উদযাপন কৰাৰ বিষয়ে বহু কাহিনী প্ৰচলিত আছে। ২৫ ডিচেম্বৰত প্ৰভু যীশুৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। যদিও যীশুৰ জন্মৰ কোনো তাৰিখ বাইবেলত উল্লেখ কৰা হোৱা নাই। ২৫ ডিচেম্বৰত বৰদিন উদযাপন কৰাৰ এটা কাৰণ হ’ল প্ৰথম খ্ৰীষ্টান ৰোমান সম্ৰাটসকলে ২৫ ডিচেম্বৰত বৰদিন উদযাপন কৰিছিল।

ইয়াৰ পাছত পোপ জুলিয়াছে ২৫ ডিচেম্বৰত বৰদিন উদযাপন কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এইবোৰ কাৰণতে প্ৰতি বছৰে আমি সকলোৱে ২৫ ডিচেম্বৰত বৰদিনৰ উৎসৱ পালন কৰো। বাইবেলত যীশুৰ জন্ম তাৰিখৰ কথা বৰ্ণনা নথকাৰ বাবে একাংশ ধৰ্মীয় অনুগামীয়ে ২৫ ডিচেম্বৰক কেৱল প্ৰতীকী জন্মদিন বুলি গণ্য কৰে। কিছু ইতিহাসবিদে বৰদিনক ৰোমান উৎসৱ চেংচুনেলিয়াৰ এক নতুন ৰূপ বুলি গণ্য কৰে। কাৰণ চেংচুনেলিয়াক ৰোমানসকলৰ দেৱতা বুলি মনা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা