--°C
Loading...
Listen to Article
2 min read
80%
 ১৭ ফেব্ৰুৱাৰী ২০২৪, শনিবাৰ

মেষ – সৃষ্টিশীল কাৰ্যকলাপে আপোনাক মান সন্মান প্ৰদান কৰিব। ভাতৃ-ভগ্নীৰ সহায় লাভ কৰিব পাৰে। প্ৰেমিকৰ গুৰুত্ব উপলব্ধি কৰিব। পত্নীৰ সৈতে প্ৰেমৰ সম্পৰ্ক শক্তিশালী হৈ উঠিব। শুভ সংখ্যা- ৩ , শুভ ৰং ৰঙা ।

বৃষ- উপাৰ্জনৰ দিশত আজি ভাল দেখা যায়। আপোনাৰ গাম্ভীৰ্যপূৰ্ণ ব্যৱহাৰৰ বাবে আপোনাৰ চাৰিওফালৰ মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ’ব। পত্নীৰ সৈতে আজি কোনো কথাক লৈ মনোমালিন্য হোৱাৰ সম্ভাৱনা।শুভ সংখ্যা ৮ , শুভ ৰং গুলপীয়া।

মিথুন – আজি এনে এজনৰ সৈতে দেখা হোৱাৰ সম্ভাৱনা আছে যাক খুব পছন্দ হ’ব পাৰে। কৰ্মক্ষেত্ৰত বিভ্ৰান্তি থাকিলে কামত প্ৰভাৱ পৰিব।  বিয়লি বেলালে কোনো ভাল খবৰ পোৱাৰ যুগ। শুভ সংখ্যা ১, শুভ ৰং আকাশী।

কৰ্কট – আপোনাৰ সম্পৰ্কক আকৌ নতুনকৈ আৰম্ভ কৰাৰ শ্ৰেষ্ঠ সময়। পছন্দৰ কাম কৰি অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পোৱাৰ সম্ভাৱনা।জীৱনত কোনো কামৰ দ্বিতীয় সুযোগ আহিব পাৰে। শুভ সংখ্যা ৫, শুভ ৰং মাখন।

সিংহ – আপোনাৰ সংগীৰ মানসিক সাহায্যৰ প্ৰয়োজন আছে। আজি আপোনাৰ মনোযোগ নষ্ট হোৱাৰ সম্ভাৱনা আছে।সিদ্ধান্তহীনতাত ভুগিলেও এতিয়া সময় আহিছে পদক্ষেপ লোৱাৰ। শুভ সংখ্যা ৭, শুভ ৰং হালধীয়া

কন্যা -শ্বেয়াৰ বজাৰত বিনিয়োগকাৰী সকলে লাভৰ মুখ দেখিব। আপোনাৰ প্ৰেম জীৱন নতুন উচ্চতাত উপনীত হ’ব। আপোনাৰ শৈল্পিক আৰু সৃজনশীল সামৰ্থ্যই যথেষ্ট প্ৰশংসা লাভ কৰিব। শুভ সংখ্যা ২, শুভ ৰং বগা।

তুলা – আপোনাৰ সংগীক সুখী কৰা কোনো কাম কৰিব পাৰে। নতুন ঘৰ বা ব্যৱসায় বা যান–বাহন কিনাৰ বাবে আজি ডাঙৰ ঋণ আবেদন কৰিব পাৰে।আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে ভাল সময় কটোৱাৰ সম্ভাৱনা। শুভ সংখ্যা ৪, শুভ ৰং নীলা।

বৃশ্চিক -আপোনাৰ পিতৃ–মাতৃৰ সৈতে সময় কটোৱাৰ বাবে দিনটো বিশেষভাৱে অনুকূল। আজি পুৰণি ভুল বুজাবুজিবোৰ দূৰ কৰাৰ বাবে সঠিক সময়। আপোনাৰ কৰ্মক্ষেত্ৰত উত্তেজনামূলক পৰিৱেশ সৃষ্টি হ’ব পাৰে। শুভ সংখ্যা ৯, শুভ ৰং ৰঙা।

ধনু- জখম নোহোৱাকৈ কাম কৰিবলৈ চেষ্টা কৰক।আজি অতিৰিক্ত কিছু কামৰ দায়িত্ব লোৱাৰ চেষ্টা কৰক। পতি-পত্নীৰ মাজত কাজিয়াৰ সম্ভাৱনা। ডাঙৰ ক্লায়েণ্টৰ সৈতে ডিল কৰিব পাৰে। শুভ সংখ্যা ৬, শুভ ৰং সেউজীয়া।

মকৰ- হজমৰ সমস্যাত ভুগিব পাৰে। নিজৰ মানসিক স্বাস্থ্যৰ যত্ন লওক আজি।আপোনাৰ সংগীৰ এই মুহূৰ্তত আপোনাৰ সহায়ৰ প্ৰয়োজন। আজি আপোনাৰ শক্তি তুংগত থাকিব। শুভ সংখ্যা ১, শুভ ৰং গাঢ় নীলা।

কুম্ভ – আজি বহুতে আপোনাৰ প্ৰতি আকৰ্ষিত হ’ব। বাকী ৰখা কাম আকৌ আৰম্ভ কৰিব পাৰে। আপুনি যিটো ভাল বুলি ভাৱে আজি সেয়াই কৰক।ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। শুভ সংখ্যা ৬, শুভ ৰং মুগা।

মীন –  আজি নিজৰ বাবে বিশেষ কিবা এটা কৰক। কঠোৰ পৰিশ্ৰমে আপোনাৰ জীৱনলৈ সফলতা আনিব। পৰিয়াল আৰু আত্মীয়ৰ সৈতে সময় কটাওক।আপুনি আজি অপ্ৰত্যাশিত কোনো উৎসৰ পৰা ধন লাভ কৰিব পাৰে। শুভ সংখ্যা ৮, শুভ ৰং পাতল গুলপীয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন