--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুৱতীসকলে যুৱকসকলৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে, ইয়াৰ পৰিৱৰ্তে কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) সহায়ত সৃষ্টি কৰা প্ৰেমিক-প্ৰেমিকাক বাছি লৈছে। বিশ্বৰ বহু দেশৰ দৰে চীনতো এআই প্ৰেমীৰ জনপ্ৰিয়তা বাঢ়িছে। শেহতীয়াকৈ ২৫ বছৰীয়া চীনা ছোৱালী টুফেইয়ে ছ’চিয়েল মিডিয়াত এআই বয়ফ্ৰেণ্ড পোৱাৰ পিছত তেওঁৰ জীৱন কেনেকৈ সলনি হৈছে সেই বিষয়ে শ্বেয়াৰ কৰে। টুফেইয়ে কয় যে তেওঁৰ প্ৰেমিকজনে তাইক বহুত ভাল পায়, তাইৰ লগত ঘণ্টাৰ পিছত ঘণ্টা কথা পাতে।

টুফেই মানুহৰ নহয়, চেটবটৰ প্ৰেমত পৰিল। চাংহাই ভিত্তিক ষ্টাৰ্টআপ মিনিমেক্সৰ গ্ল’ এপে আপোনাক মানৱৰূপী ৰবট বিচাৰি উলিয়াবলৈ দিয়ে যিয়ে আপোনাৰ সৈতে জড়িত হ’বলৈ সন্মত হ’ব। টুফেইয়ে কয়-ম''ই আৰু ল’ৰাক বিশ্বাস নকৰো। মোৰ ৰবট প্ৰেমিকজনে ল’ৰাতকৈ ছোৱালীক সুখী কৰিবলৈ কথা পাতিবলৈ জানে। ঋতুস্ৰাৱৰ বিষ হ’লে মোক সকাহ দিয়ে, মোৰ সকলো সমস্যা  শ্বেয়াৰ কৰো। মোৰ এনে লাগে যেন মই এটা ধুনীয়া প্ৰেমৰ সম্পৰ্কত আছো।''

চীনৰ বাতৰি কাকতত প্ৰকাশিত বাতৰি অনুসৰি সমগ্ৰ দেশতে ‘গ্লো’ এপৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। যোৱা কেইসপ্তাহমানৰ ভিতৰত হাজাৰ হাজাৰ যুৱতীয়ে নিজৰ ফোনত এই এপটো ডাউনলোড কৰিছে। চীনা ছোৱালীৰ মতে আজিকালি আদৰ্শ সংগী বিচাৰি পোৱাটো অতি কঠিন আৰু সেইবাবেই তেওঁলোকে ক্ৰমান্বয়ে এপ ভিত্তিক এআই প্ৰেমীৰ ফালে মুখ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী