--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ বৰ্ষৰ আটাইতকৈ দীঘল  সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰাৰ বাবে সাজু হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক৷ চলিত বৰ্ষৰ ৮  এপ্ৰিলত সংঘটিত হ’ব এই বিৰল মহাজাগতিক পৰিঘটনা৷ । সম্পূৰ্ণ সূৰ্যগ্ৰহণ আমেৰিকা, মেক্সিকো আৰু কানাডাৰ কিছুমান অঞ্চলত দৃশ্যমান হ'ব। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাই কৈছে যে সূৰ্যগ্ৰহণ  প্ৰথমে মেক্সিকোৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত পুৱা ১১:০৭ বজাত আৰম্ভ  হ'ব। সেই দিনটোত  চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি ধৰিলে  দিনতে  ৰাতিৰ দৰে পৰিবেশৰ সৃষ্টি  হ'ব।  সম্পূৰ্ণ সূৰ্যগ্ৰহণ আমেৰিকাৰ ১৩ খন প্ৰদেশত  দৃশ্যমান হ'ব। আনহাতে আংশিক সূৰ্যগ্ৰহণ সমগ্ৰ উত্তৰ আমেৰিকাত দৃশ্যমান হ'ব।

যেতিয়া চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি ৰাখে ইয়াক পূৰ্ণ সূৰ্যগ্ৰহণ  বুলি কোৱা হয়। ইয়াৰ সৰ্বাধিক সময় হ'ব ৪ মিনিট ২৮ ছেকেণ্ড। ইয়াৰ পিছত সূৰ্যৰ কিছু অংশ ক্ৰমান্বয়ে দৃশ্যমান হ'ব।  গণনা অনুসৰি  অনুমান কৰা হৈছে যে ২১৮৬ চনৰ ১৬ জুলাইত সূৰ্যগ্ৰহণে ফ্ৰেঞ্চ গায়ানাৰ উপকূলৰ পৰা আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিব । ফলস্বৰূপে, ই মুঠ ৭ মিনিট ২৯  ছেকেণ্ডৰ বাবে চলিব । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী