--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ১৯৯৫ চনত মুক্তিলাভ কৰা ‘ৰংগীলা’ চিনেমাখনৰ ‘তনহা তনহা য়াহান পে জীনা’ নামৰ গানটো মনত আছেনে? মোহময়ী অভিনেত্ৰী উৰ্মিলা মাতণ্ডকাৰে আবেদনময়ী নৃত্যৰে সজোৱা গানটোৰ কথা নিশ্চয় চলচ্চিত্ৰপ্ৰেমীসকলৰ এতিয়াও মনত আছে। গানটোৱে অশেষ জনপ্ৰিয়তা লাভ কৰিছিল।

গানটোত উৰ্মিলাই বগা ৰঙৰ এটা বিশেষ পোছাক পিন্ধি সাগৰৰ পাৰত নচাৰ দৃশ্যটোক আইকনিক বুলি কোৱা হয়। দৃশ্যটোৰ সম্পৰ্কত উৰ্মিলাই নিজে মুখ খুলিছে।

বগা ৰঙৰ সেই বিশেষ পোছাক আছিল চিনেমাখনৰ নায়ক জেকী শ্ৰুফৰ এটা গেঞ্জীহে! উৰ্মিলাই এই কথা জানিবলৈ দিছে। তেওঁ কয় যে জেকী শ্ৰুফৰ গেঞ্জী পিন্ধি অভিনয় কৰাটো অত্যন্ত আমোদজনক আছিল।

“যেতিয়া জেকীৰ গেঞ্জী পিন্ধিবলৈ দিয়া হৈছিল, মই প্ৰথমতে ইস্তততঃবোধ কৰিছিলো। কিন্তু পাছত সকলো ঠিকে-ঠাকে হৈ গৈছিল। গানটোৰ দ্বাৰা মই অশেষ আদৰ লাভ কৰিছিলো।”- উৰ্মিলাই কয়।

উল্লেখ্য যে ‘ৰংগীলা’ চিনেমাখনক বলিউডৰ অন্যতম ক্লাছিক হিচাপে অভিহিত কৰা হয়। ত্ৰিকোণ প্ৰেমৰ কাহিনীৰ চিনেমাখন পৰিচালনা কৰিছিল ৰামগোপাল বাৰ্মাই। অভিনয় কৰিছিল উৰ্মিলা মাতণ্ডকাৰ, আমিৰ খান আৰু জেকী শ্ৰফে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক