--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জি আই টেগ লাভ কৰিলে বানাৰসী পান আৰু লাংৰা আমে। বাৰাণসীৰ অন্যতম বিখ্যাত ‘পান’ দোকানৰ স্বত্বাধিকাৰী গোপাল চৌৰাছিয়াই ‘বাণাৰসী পান’য়ে জি আই চিহ্ন লাভ কৰাৰ পিছত উল্লাসিত হৈ পৰিছে।

যদিও চৌৰাছিয়াই জি আই টেগ আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে বিশেষ নাজানে, তথাপিও তেওঁ বুজি পাইছে যে বাণাৰসী পান এতিয়া অধিক বিখ্যাত হৈ পৰিছে, যাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী  মোদীক  ধন্যবাদ জনাইছে।

জি আই বিশেষজ্ঞ ডা° ৰজনীকান্তৰ মতে, ‘বাণাৰসী পান’ৰ উপৰিও বাৰাণসীৰ ‘বাণাৰসী লাংৰা আম’,"আদমচিনি চাউল’ আৰু ‘ৰামনগৰ ভন্তা’ য়ে জি আই টেগ লাভ কৰিছে।

তদুপৰি দেশৰ একমাত্ৰ জিলা হিচাপে ২২ টাতকৈও অধিক সামগ্ৰীৰ জি আই টেগ লাভ বাৰাণসীয়ে সুখ্যাতি লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ