--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত এবিধ জনপ্ৰিয় পাচলি হৈছে জিকা। জিকা অসমৰ বাহিৰেও দেশৰ সকলো প্ৰান্তৰ লোকেই ইয়াক খায়। জিকাক সংস্কৃতত ঝিংগাক, হিন্দীত জিঙলী আৰু বঙালীত ঝিংগা, ঝিকা বুলি কয়। ইয়াক ইংৰাজীত Ridge gourd বুলি কোৱা হয়। 

ইয়াৰ সেউজীয়া গাটোত কেইবাটাও সিৰা থাকে। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Luffa acutangula. ইয়াৰ প্ৰস্তুতি অতি সহজ আৰু সিজিবলৈ সময়ো লয় কম। ইয়াক ভাজি, তৰকাৰী হিচাপে ৰান্ধি খোৱা হয়। জিকা, বিলাহীৰ সৈতে মাছৰ টেঙা জোলৰ সোৱাদ সকলোৰে বৰ প্ৰিয়। দাইলত দিও জিকা খাব পাৰি। জিকাত বহুতো ঔষধি গুণ আছে। বহু মানুহে জিকা পুৰি পিটিকা কৰিও খায়। জিকাত ভিটামিন-চিৰ উপৰি আছে কার্বোহাইড্রেট, প্রোটিন, ফাইবাৰ আৰু ভিটামিন বি কমপ্লেক্স। জিকাৰ আছে বহু উপকাৰী গুণ। 

জানো আহক জিকাৰ উপকাৰিতা

১) মধুমেহ ৰোগীৰ বাবে উপকাৰী।

২) লিভাৰক সুস্থ ৰাখে।

৩) শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে।

৪) ৰক্তহীনতা দূৰ কৰে।

৫) ছালৰ সতেজতা ধৰি ৰখাত সহায় কৰে।

৬) জিকাই দৃষ্টিশক্তি বৃদ্ধি কৰে।

৭) গেছৰ সমস্যা দূৰ কৰে।

৮) কৌষ্ঠ্য-কাঠিন্যতা দূৰ কৰে।

৯) কুকুৰীকণা ৰোগীৰ বাবেও জিকা সুপথ্য।

১০) ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়।

১১) ফেটী লিভাৰ, ব্ৰংকাইটিছ আদি ৰোগ হ্ৰাস কৰিবলৈ জিকা খোৱা প্ৰয়োজন।

১২) ওজন হ্ৰাসত সহায় কৰে।

গতিকে জিকা খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ