--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বেছিভাগ মানুহকে চকুৰ তলৰ ডাৰ্ক চাৰ্কলে বৰকৈ অশান্তি দিয়ে। ডাৰ্ক চাৰ্কলে আপোনাৰ সৌন্দৰ্য্যক ম্লান কৰাৰ কাম কৰে। হয়, ডাৰ্ক চাৰ্কেলে আপোনাৰ সৌন্দৰ্য্য হ্ৰাস কৰাৰ কাম কৰে। কি কি অভ্যাসৰ বাবে ডাৰ্ক চাৰ্কল হয় জানি লওক

১) বহুতৰে ফোনটো বেছিকৈ ব্যৱহাৰ কৰাৰ অভ্যাস আছে। বহু মানুহে লাইট অফ কৰি বহু সময় মোবাইল ফোনটোত সময় কটায়। এনে মানুহৰ ডাৰ্ক চাৰ্কল বেছিকৈ হয়। আপুনিও যদি ডাৰ্ক চাৰ্কলৰ বাবে অসুবিধা পাই আছে তেন্তে এই কামটো কৰা বন্ধ কৰক। 

২) যদি আপুনি গভীৰ নিশালৈকে নুশুৱাকৈ থাকে, যদি আপোনাৰ টোপনি সম্পূৰ্ণ নহয় তেন্তে আপোনাৰ ডাৰ্ক চাৰ্কল হ’ব পাৰে। এনে পৰিস্থিতিত পৰ্যাপ্ত পৰিমাণে টোপনি যোৱাৰ চেষ্টা কৰক।

৩) আপুনি জানেনে যে পানী কমকৈ খালেও ডাৰ্ক চাৰ্কলৰ সৃষ্টি হয়। গতিকে পানী সঠিক পৰিমাণত খাবলৈ আৰম্ভ কৰক। 

৪) আপুনি জানেনে যে কিছুমান প্ৰসাধন সামগ্ৰী আছে যিয়ে ছালত এলাৰ্জী সৃষ্টি কৰে আৰু ইয়াৰ বাবে ডাৰ্ক চাৰ্কল ওলাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত মুখত অধিক প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰিব।

৫) বেছিকৈ ধূমপান কৰা লোকৰ চকুৰ তলত ডাৰ্ক চাৰ্কল থাকে। সেইবাবেই ধূমপানৰ পৰা দূৰত্বত থাকক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক