--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এনে ব্যস্ত জীৱনত শৰীৰটো ফিট কৰি ৰখাটো অতি প্ৰয়োজনীয়। শৰীৰটো ফিট আৰু সক্ৰিয় কৰি ৰাখিবলৈ দৈনিক জিম আৰু যোগাসন কৰাটো অতি প্ৰয়োজনীয়। ৱৰ্কআউটে আপোনাক গোটেই দিনটো সক্ৰিয় কৰি ৰাখে। কিছুমান ভুল আছে যিবোৰ জিমলৈ যোৱাৰ আগতে কৰা উচিত নহয়।

১) চাহ বা কফিঃ শৰীৰটো ফিট কৰি ৰাখিবলৈ দৈনিক জিমত ৱৰ্কআউট কৰাটো অতি প্ৰয়োজনীয়। যেতিয়াই জিমলৈ যায় তেতিয়াই যোৱাৰ আগতে চাহ-কফি নাখাব। অতিমাত্ৰা কফি খালে শৰীৰত ইনচুলিনৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি পায়।

২) ভৰপূৰ খাদ্য নাখাবঃ জিমলৈ যোৱাৰ আগতে ভৰপূৰ খাদ্য খোৱা উচিত নহয়। এনে কৰিলে ৱৰ্কআউট কৰাৰ সময়ত পেটৰ বিষ হ’ব পাৰে। যেতিয়াই খাদ্য খাব তেতিয়াই তৎক্ষণাত ৱৰ্কআউট কৰিবলৈ নাযাব, ২ ঘণ্টাৰ পিছতহে যাব।

৩) লঘু খাদ্যঃ ৱৰ্কআউট কৰাৰ আগতে লঘু কিবা এটা খাব লাগে। খালী পেটত জিমলৈ যোৱা উচিত নহয়। ইয়াৰ বাবে আপুনি শৰীৰত দুৰ্বলতা অনুভৱ কৰিব পাৰে।

৪) পানীঃ জিমত ৱৰ্কআউট কৰাৰ আগতে কম পৰিমাণে পানীও খাব লাগে। পেট ভৰি নপৰালৈকে পানী খাব নালাগে। এনে কৰিলে তেজত ছডিয়ামৰ পৰিমাণ কমি যায় আৰু লগতে শৰীৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।

৫) প্ৰচুৰ টোপনিঃ  জিমলৈ যোৱাৰ আগতে যথেষ্ট টোপনি লোৱা উচিত। যদি আপুনি এই কাম নকৰে তেন্তে আপুনি আপোনাৰ শৰীৰত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক