--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱে বহু ৰোগৰ সম্ভাৱনা দেখা যায়। এতিয়া প্ৰশ্ন হয় শৰীৰত পুষ্টিকৰ উপাদান কেনেকৈ যোগান ধৰিব? যদি আপুনি শৰীৰত পুষ্টিকৰ উপাদান যোগান ধৰিব বিচাৰে তেন্তে প্ৰথমে আপোনাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ লগত জড়িত অনিয়মবোৰ দূৰ কৰা উচিত

শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত। জিংকো শৰীৰৰ বাবে এক অপৰিহাৰ্য পুষ্টিকৰ উপাদান। জিংকৰ অভাৱৰ বাবে শৰীৰ ক্ৰমান্বয়ে দুৰ্বল হ'বলৈ আৰম্ভ কৰে। জিংকৰ অভাৱত শৰীৰত কেনেধৰণৰ লক্ষণ দেখা দিয়ে জানো আহক।

উল্লেখ্য যে জিংকৰ মূল কাম হ'ল শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা। তেজৰ কোষ গঠন কৰা আৰু ছালখন সুস্থ কৰি ৰখা। জিংকৰ অভাৱৰ বাবে শৰীৰত বহু ধৰণৰ লক্ষণ দেখা দিয়ে।শৰীৰত জিংকৰ অভাৱৰ লক্ষণসমূহ চিনাক্ত কৰি সঠিক সময়ত চিকিৎসা কৰাটো অতি প্ৰয়োজন। সময়ত চিকিৎসা নকৰিলে ভৱিষ্যতে ই গুৰুতৰ ৰূপ ল'ব পাৰে। জিংকৰ অভাৱৰ বাবে ছাল শুকান, শালমন, ছালৰ ৰং সলনি আদি লক্ষণে দেখা দিয়ে।

ছালত জিংকৰ অভাৱৰ লক্ষণসমূহ হ'ল-
ছাল শুকান হোৱা, শালমন ওলোৱা, ছালত অহৰহ খজুৱতি হোৱা, ছালৰ ৰং সলনি হোৱা, ছালৰ ফোহা হোৱা, চুলি সৰা, পাচনতন্ত্ৰৰ সমস্যা, হাড় দুৰ্বল, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, মূৰৰ বিষ আৰু মূৰ ঘূৰোৱা, চকুৰ দৃষ্টিশক্তি দুৰ্বল হোৱা।

জিংকৰ অভাৱ কেনেকৈ নিৰাময় কৰিব পাৰি-
শৰীৰত জিংকৰ অভাৱ হ'লে প্ৰথমে খাদ্য আৰু জীৱনশৈলীৰ বিশেষ যত্ন লোৱা উচিত। খাদ্য তালিকাত নিয়মীয়াকৈ কণী, মাছ, গাখীৰ আৰু প্ৰচুৰ পৰিমাণে শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে। সুস্থ জীৱনশৈলীয়ে জিংকৰ অভাৱ দূৰ কৰে। এই সকলোবোৰৰ বাহিৰেও ব্যায়াম কৰক আৰু যথেষ্ট পৰিমাণে নিদ্ৰা লওক, মানসিক চাপ হ্ৰাস কৰক, খাদ্যৰ বিশেষ যত্ন লওক।ইয়াৰ উপৰি চিকিৎসকৰ পৰামৰ্শ অনুসৰি জিংকৰ পৰিপূৰক গ্ৰহণ কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ