--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰৰ পৰাই ৰিলায়েন্স জিঅ’ই ভাৰতত ৫জি সেৱা আৰম্ভ কৰিছিল। ইয়াৰ পিছত জিঅ’ই বজাৰত কেইবাটাও ৫জি বুষ্টাৰ প্লেন মুকলি কৰে। তাৰে এটা হৈছে ৬১ টকীয়া প্লেন। এই বুষ্টাৰ প্লেন সেইসকল গ্ৰাহকৰ বাবে যিসকলে ২৩৯ টকাতকৈ কম পেকেজ ৰিচাৰ্জ কৰে।

জিঅ’ই এই বুষ্টাৰ প্লেন আৰম্ভ কৰিছিল সকলো গ্ৰাহকক ৫ জি ৱেলকাম অফাৰৰ অধীনলৈ অনাৰ বাবে। প্ৰথম অৱস্থাত এই ৬১ টকীয়া বুষ্টাৰ প্লেনত ৬ জিবি ডাটা উপলব্ধ আছিল। কিন্তু তাৰ পিছত এই প্লেনত জিঅ’ই ১০ জিবি ডাটা আগবঢ়াবলৈ আৰম্ভ কৰিলে। কিন্তু শেহতীয়াকৈ আকৌ ৬১ টকাৰ এই বুষ্টাৰ প্লেনত জিঅ’ই ৬ জিবি ডাটা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে।

কিন্তু এইদৰে ডাটাৰ পৰিমাণ হ্ৰাস কৰাৰ কথা কোম্পানীটোৱে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। তেওঁলোকৰ এই পৰিৱৰ্তন ৱেবছাইট আৰু এপত লক্ষ্য কৰা হৈছে। কিন্তু কোনো আনুষ্ঠানিক ঘোষণা অবিহনে জিঅ’ই কিয় গোপনে এই কাম কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য যে এই ৬১ টকীয়া প্লেন জিঅ’ৰ এড অন টপ আপ ৰিচাৰ্জ। ই প্ৰিপেইড কম্বো প্লেনৰ অধীনত নপৰে। ইয়াৰ নিজস্ব কোনো বৈধতা নাই।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক