--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বয়সৰ লগে লগে বিভিন্ন ৰোগে শৰীৰক জুৰুলা কৰা তালিকাত কলেষ্টেৰলে শীৰ্ষস্থান দখল কৰে। কিন্তু কলেষ্টেৰলে যিকোনো বয়সতে শৰীৰত আক্ৰমণ কৰিব পাৰে। অস্বাস্থ্যকৰ জীৱনশৈলী, বাহিৰত বেছিকৈ খাদ্য গ্ৰহণ, শৰীৰৰ যত্ন নোলোৱা-এইবোৰেই কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰা কিছুমান কাৰণ। কলেষ্টেৰল আছে নে নাই সেয়া বাহিৰৰ পৰা সদায় স্পষ্ট নহয়। দীৰ্ঘদিনৰ পৰা গোপনে কলেষ্টেৰলৰ হ’লেও গম পোৱা নাযায়। কিন্তু শৰীৰৰ কিছু অংশই ইংগিত কেনেদৰে ইংগিত দিব পাৰে জানি লওঁক।

 চিকিৎসকে মতে জিভাৰ ৰঙে কলেষ্টেৰলৰ ইংগিত দিব পাৰে। মেডিকেল জাৰ্নেল ‘ফ্ৰন্টিয়াৰ্ছ ইন মেডিচিন’ত প্ৰকাশিত গৱেষণাৰ মতে জিভাৰ ৰং সলনিয়ে আচলতে কলেষ্টেৰলৰ লক্ষণ ক’ব পাৰে। এই ৰং মূলতঃ জিভাত তেজ জমা হোৱাৰ বাবে। কোষৰ মাজেৰে স্বতঃস্ফূৰ্তভাৱে তেজ প্ৰবাহিত হ’ব নোৱাৰাৰ ফলত সৃষ্টি হয়। ফলত তেজৰ সোঁত লেহেমীয়া হয়। জিভা ৰং সলনি হোৱাৰ আন এটা কাৰণ হ’ব পাৰে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি আৰু শৰীৰত ৰক্ত সঞ্চালন দুৰ্বল হোৱা। ফলত শৰীৰৰ প্ৰতিটো কোষলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন যোগান ধৰিব নোৱাৰে।

 কিন্তু জিভাৰ ৰং সলনি কলেষ্টেৰল একমাত্ৰ কাৰণ নহয়। বেঙুনীয়া ৰঙৰ জিভা আন কেইবাটাও ৰোগৰ লক্ষণ হ’ব পাৰে। মুখৰ কেন্সাৰৰো সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰি ভিটামিনৰ অভাৱো ইয়াৰ কাৰণ হ’ব পাৰে। কিন্তু যি কাৰণতেই নহওক কিয়, জিভাৰ এই ৰং সলনি লক্ষণ আওকাণ কৰিব নালাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক