--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় টিভি অভিনেত্ৰী ডলী সোহীৰ মৃত্যু। ছাৰ্ভাইকেল কেন্সাৰত আক্ৰান্ত আছিল ৪৮ বছৰীয়া ডলী সোহী। আজি ৮ মাৰ্চৰ পুৱাতে ছাৰ্ভাইকেল কেন্সাৰৰ সৈতে যুঁজি মৃত্যু হয় ডলী সোহীৰ। 

অতি দুখৰ বিষয় যে ৭ মাৰ্চ বৃহস্পতিবাৰে জণ্ডিচ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল ডলীৰ ভগ্নী অমনদীপ সোহীৰ। অমনদীপো এগৰাকী অভিনেত্ৰী আছিল। মাত্ৰ এদিন অগা-পিছাকৈ এই পৃথিৱী এৰি গুচি গ’ল দুই বাই-ভনী।
Dolly Sohi Death News: Dolly Sohi And Sister Amandeep Death: Both Sisters  Funeral Together | TV News, Times Now
মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে দুয়োকে হেৰুৱাই পৰিয়ালটো বিধ্বস্ত হৈ পৰিছে। 

ডলী আৰু অমনদীপক নিউ মুম্বাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কালি অমনদীপৰ মৃত্যু হয় আৰু আজি ডলীৰ। 
Photos Of Late Actresses Dolly Sohi & Amandeep Sohi, Who Passed Away Within  Hours Of Each Other's Death
ডলীয়ে যোৱা বছৰ কেমোথেৰাপি লোৱাৰ পাছত এখন ফটো শ্বেয়াৰ কৰি লিখিছিল- “আপোনালোকৰ মৰম আৰু প্ৰাৰ্থনাৰ বাবে ধন্যবাদ, জীৱনটো শেহতীয়াকৈ ৰোলাৰ ক’ষ্টাৰ হৈ পৰিছে কিন্তু ইয়াৰ মাজেৰে যুঁজিবলৈ শক্তি থাকিলে আপোনাৰ যাত্ৰা সহজ হৈ পৰে। আপুনি যাত্ৰাৰ বলি হ’বলৈ বিচাৰিব নে যাত্ৰাৰ পৰা ৰক্ষা পোৱা ব্যক্তি হ’বলৈ বিচাৰিব সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে।”
Jhanak fame Dolly Sohi passes away after battling cervical cancer | India  Forums
ডলীয়ে ‘ঝানক’, ‘মেৰী আশিকী তুম ছে হি’ আৰু ‘খুব লাদি মৰ্দানী...ঝাঁচি কি ৰাণী’ আদিত অভিনয় কৰিছিল। মৃত্যুৰ সময়ত তেওঁ কিশোৰী কন্যাক এৰি থৈ গৈছে।

ডলী আৰু অমনদীপৰ অকাল মৃ্ত্যুত অভিনয় জগতত শোকৰ ছাঁ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement