--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জয়ছালমেৰত ৬ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হ’ব সিদ্ধাৰ্থ মালহোত্ৰ আৰু কিয়াৰা আদৱানীয়ে। দীৰ্ঘদিন প্ৰেমৰ অন্তত অৱশেষত চাৰিওখন হাত একত্ৰিত হ’বলৈ গৈ আছে। নিজৰ কন্যাৰ বিয়াক লৈ কিয়াৰাৰ পিতৃ জগদীপ আদৱানীয়ে শুভেচ্ছা প্ৰদান কৰিছে।

জয়ছালমেৰ বিমানবন্দৰত কিয়াৰাৰ পিতৃ জগদীপ আদৱানীক সাংবাদিকে বেৰি ধৰে। দেউতাক জগদীপৰ মুখত এটা চেঙেলীয়া হাঁহি এটা উঠে। কিয়াৰা আৰু সিদ্ধাৰ্থৰ বিয়াৰ বিষয়ে কি ক’ব বুলি তেওঁক সোধা হ’ল। তেওঁ ক’লে- "তেওঁলোকলৈ মোৰ শুভেচ্ছা আৰু আশীৰ্বাদ আছে!" এই কথা কোৱাৰ পাছতে কইনাৰ দেউতাক হোটেললৈ ৰাওনা হ’ল।

শনিবাৰে বিবাহস্থলীত উপস্থিত হয় পাত্ৰ সিদ্ধাৰ্থ। ক’লা চুৱেটাৰ, মূৰত টুপী আৰু ভৰিত স্নিকাৰ পিন্ধি। ৰাজস্থানৰ যোধপুৰ বিমানবন্দৰত তেওঁ হাঁহিভৰা মুখেৰে আহি উপস্থিত হয়। গাড়ীত উঠি জয়ছালমেৰলৈ যোৱাৰ সময়ত সিদ্ধাৰ্থেও সকলোকে ধন্যবাদ জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক