--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩২ বাৰ গ্ৰেমী বঁটা লাভ কৰা বিয়ন্সিয়ে এইবাৰ পুনৰ গ্ৰেমী আজুৰি আনিবলৈ সক্ষম হৈছে৷  সংগীতজগতৰ  তাৰকাগৰাকীয়ে  সৰ্বাধিক সংখ্যক গ্ৰেমী বিজয়ীৰ খিতাপ অৰ্জন কৰিছে । ভাৰতীয় শিল্পী ৰিকি কেজকো এইবাৰ গ্ৰেমী  প্ৰদান কৰা হৈছে।


বেয়ংন্সিয়ে  তেওঁৰ এলবাম "ৰেনেছা"ৰ বাবে  ৩২ সংখ্যক  গ্ৰেমী লাভ কৰিবলৈ সক্ষম হৈছে। এয়া তেওঁৰ একক গীতৰ সপ্তম এলবাম। শিল্পীগৰাকীৰ এই গানটোৱে বিলবৰ্ডৰ সৰ্বকালৰ শ্ৰেষ্ঠ গানৰ শিৰোনাম লাভ কৰিছে। 


আনহাতে ভাৰতৰ বাংগালুৰুস্থিত সুৰকাৰ ৰিকি কেজ হৈছে এই বছৰ গ্ৰেমী জয় কৰা একমাত্ৰ ভাৰতীয়।


 এয়া ৰিকিৰ তৃতীয় গ্ৰেমী। ভাৰতীয় সুৰকাৰগৰাকীয়ে  শ্ৰেষ্ঠ অডিঅ' এলবাম শ্ৰেণীত বঁটা লাভ কৰিছে৷  ৰিকিয়ে তেওঁৰ এলবাম 'ডিভাইন টাইডছ'ৰ বাবে বঁটা লাভ কৰিছে। তেওঁ তেওঁৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত পুৰস্কাৰৰ সৈতে বহু ফটো শ্বেয়াৰ কৰিছে। ৰিকিয়ে তেওঁৰ বঁটাটো ভাৰতবাসীক উৎসৰ্গা কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক