--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্ৰায় ১৫ ৰ পৰা ২০ জনীয়া যুৱকৰ দলে আক্ৰমণ কৰি কাঢ়ি নিয়ে চেইন,নগদ ধন।

ডিজিটেল ডেস্কঃ যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ড্ৰাগছ আসক্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে দুজন।


প্ৰায় ১৫ ৰ পৰা ২০ জনীয়া যুৱকৰ দলে আক্ৰমণ কৰি কাঢ়ি নিয়ে চেইন,নগদ ধন।


নগৰৰ মাজমজিয়াৰ ১৪ নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা।


শুকুৰবাৰে নিশা সংঘটিত হোৱা ঘটনাক লৈ যোৰহাটত চাঞ্চল্যই বিৰাজ কৰিছে।


যোৰহাট পৌৰসভাৰ ১৪ নং ৱাৰ্ডৰ এটা অন্ধকাৰ স্থান এতিয়া ড্ৰাগছ, সুৰাৰ ঘাটিলৈ পৰিণত হৈছে।


নিশা হ'লেই উক্ত স্থানলৈ আগমণ ঘটে অচিনাকি যুৱক-যুৱতীৰ।


চিন্তিত হৈ পৰিছে সচেতন মহল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ