--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ঘৰ জোঁৱাই ৰাখি এতিয়া চকুলো টুকিছে এটি অসহায় পৰিয়ালে। জী-জোৱাঁইক ঘৰত আশ্ৰয় দি এতিয়া বিপদত পৰিছে জুৰীয়াৰ ফুৰহানীআটি গাঁৱৰ আব্দুল কৰিম নামৰ লোকজন।

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে পৰকীয়া প্ৰেমৰ ঘটনা। এইবাৰ ভিনিহিয়েকে পলুৱাই লৈ গ'ল নিজ খুলশালীয়েকৰ পত্নীক। জুৰীয়াত সংঘটিত হৈছে এই ঘটনা।


ঘৰ জোঁৱাই ৰাখি এতিয়া চকুলো টুকিছে এটি অসহায় পৰিয়ালে। জী-জোৱাঁইক ঘৰত আশ্ৰয় দি এতিয়া বিপদত পৰিছে জুৰীয়াৰ ফুৰহানীআটি গাঁৱৰ আব্দুল কৰিম নামৰ লোকজন। আব্দুল কৰিমে মজিবুৰ ৰহমানলৈ বিয়া দিছিল নিজ কন্যাক। মজিবুৰ ৰহমান ঘৰ জোঁৱাই হিচাপে আছিল আব্দুল কৰিমৰ ঘৰত। জোঁৱাই মজিবুৰৰ চকু পৰিল পত্নীৰ ভায়েকৰ পত্নীৰ ওপৰত। দুয়োৰে মাজত গঢ়ি উঠিল প্ৰেমৰ সম্পৰ্ক। সেই কথা কোনেও ভূ কে নাপালে। 


ঘৰ জোৱাঁই মজিবুৰ ৰহমানে এইবাৰ আব্দুল কৰিমৰ পুত্ৰৰ পত্নীক লৈ পলায়ন কৰিলে। পত্নীৰ ভায়েক অৰ্থাৎ খুলশালীৰ পত্নীক পলুৱাই নি মজিবুৰ ৰহমানে চৰম বিশ্বাস ঘাতকতা কৰিলে পৰিয়ালটোৰ লগত। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিপদত পৰিছে পৰিয়ালটো। 


মহিলাগৰাকীয়ে তিনিবছৰীয়া নিজ সন্তানক লগত লৈ ভিনিহীয়েকৰ সৈতে পলায়ন কৰিছে। মৰমৰ নাতিনীয়েকক নেদেখি কান্দোনত ভাগি পৰিছে ককাক-আইতাক । নাতিনীয়েকক লগত লৈ ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ