--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ  ৬ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছিল। কিন্তু এতিয়া বিয়াৰ তাৰিখ পিছুৱাই দিয়া হৈছে। দম্পতীহালৰ বিবাহ উৎসৱৰ তাৰিখত কিছু পৰিৱৰ্তনৰ খবৰ পোৱা গৈছে। 

আনহাতে এতিয়ালৈকে বহু  তাৰকা তেওঁলোকৰ বিয়াত উপস্থিত হৈছে। কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ বিয়া খনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে৷  তেওঁলোক দুয়োৰে ৰাজকীয়  বিবাহৰ খবৰে বহুতকে আকৰ্ষণ কৰিছে৷ । একে সময়তে তেওঁলোকৰ বিবাহৰ বিষয়ে বিশেষ খবৰ আহিছে৷  তথ্য অনুসৰি কিয়াৰা আৰু সিদ্ধাৰ্থৰ বিবাহ ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয়। 


তেওঁলোকৰ  বিবাহ ৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ৭ ফেব্ৰুৱাৰীতহে হ’ব বুলি খবৰ পোৱা গৈছে৷  ৰাজস্থানৰ জয়ছলমেৰৰ সূৰ্যগড় প্ৰাসাদত ৫ ফেব্ৰুৱাৰীৰ পৰাই  কিয়াৰা আৰু সিদ্ধাৰ্থৰ প্ৰাক বিবাহ অনুষ্ঠান আৰম্ভ হৈছে। ৫ ফেব্ৰুৱাৰীত কেৱল মেহেন্দি অনুষ্ঠান  অনুষ্ঠিত হৈছে।৭ ফেব্ৰুৱাৰীত বিবাহৰ লগতে  অনুষ্ঠিত হ'ব  বিশাল পাৰ্টি।


 দম্পতীহালে ১২ ফেব্ৰুৱাৰীত মুম্বাইত বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিব। আম্বানী পৰিয়ালৰ পৰা আৰম্ভ কৰি বলীউডৰ  বহু তাৰকাই কিয়াৰা আৰু সিদ্ধাৰ্থৰ বিয়াত উপস্থিত হ'বলৈ জয়ছলমেৰত উপস্থিত হৈছে। কৰণ জোহৰ, শ্বাহিদ কাপুৰ, মীৰা ৰাজপুত, শ্বিনা খানৰ দৰে বহু অভিনেত্ৰী  বিবাহস্থলীত উপস্থিত হৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক