--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  যোগগুৰু বাবা ৰামদেৱৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ৷ ৰাজস্থানৰ বাৰমেৰ জিলাৰ এখন জনসভাত শত্ৰুতা বৃদ্ধি কৰা আৰু ধৰ্মীয় অনুভূতিত আঘাত  কৰাৰ অভিযোগত  ৰামদেৱৰ বিৰুদ্ধে এজাহাৰ দাখিল  কৰা হৈছে৷

এগৰাকী  আৰক্ষী বিষয়াই জনোৱা মতে বৰমেৰৰ স্থানীয় বাসিন্দা পাথাই খানে দাখিল কৰা অভিযোগৰ ভিত্তিত চৌহাটান আৰক্ষী থানাত এজাহাৰখন পঞ্জীয়ন কৰা হৈছে। পৰহাই চৌহাটান আৰক্ষী থানাৰ বিষয়া ভুটাৰামৰ মতে ৰামদেৱৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ  ধাৰা ১৫৩ ক, ২৯৫,  ২৯৮ ৰ  অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে। 

 উল্লেখ্য ২ ফেব্ৰুৱাৰীত বাৰমেৰৰ  এখন সভাত ৰামদেৱে মুছলমানসকলৰ বিৰুদ্ধে হিন্দু মহিলাসকলক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ তেওঁ ধৰ্মান্তৰকৰণৰ প্ৰসংগতো কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement