--°C
Loading...
Listen to Article
2 min read
80%


১৯ নৱেম্বৰ ২০২২,  শনিবাৰ
 

মেষ : আবেগৰ বশৱৰ্তী হোৱাৰ ফলত সমস্যাৰ সৃষ্টি হ’ব পাৰে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালকৈ ভাবি চোৱা উচিত।


বৃষ : যিকোনো কামত খৰখেদা নকৰিব, ফলত কৰ্মক্ষেত্ৰ আৰু পৰিয়াল উভয় ক্ষেত্ৰতে অপ্ৰয়োজনীয় সমস্যাৰ সৃষ্টি হ’ব পাৰে।

মিথুন- যদি বিবাহৰ কথা চলি থকা সকলৰ আজি সিদ্ধান্তত উপনীত হ'ব।পত্নীৰ স্বাস্থ্যক লৈ চিন্তাত হ’ব পাৰে।

কৰ্কট- কৰ্মস্থানত যথেষ্ট কষ্ট হোৱাৰ সম্ভাৱনা| ধৈৰ্য ৰাখিব। দাম্পত্যত মধ্যমীয়া।

সিংহ- পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্তৰ পাৰ হ’ব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। হাতলৈ ধন আহিব।

কন্যা-খৰচৰ মাত্ৰা বাঢ়িব পাৰে।কামত সন্মান পাব। স্বামীৰ স্বাস্থ্যই চিন্তাত পেলাব।

তুলা- দিনটো ব্যৱসায়ী সকলৰ বাবে অতিকৈ শুভ। চাকৰিয়াল সকলৰ কামৰ হেঁচা বাঢ়ি।

বৃশ্চিক- মাটি বাৰীৰ ক্ষেত্ৰত স্থগিত থকা বিষয়বোৰ সমাধান হ’ব। দিনটো সুখদায়ক হ’ব। খং কমাব।

ধনু- দিনটো প্ৰায় ভালে যাব। খৰচ মাত্ৰা বৃদ্ধি পাব ।দুৰ্ঘটনাৰ সম্ভাৱনা আছে।

মকৰ- গণেশৰ কৃপা দৃষ্টি লাভ কৰিব। ব্যৱসায়ীত, শিক্ষাৰ্থীৰ বাবে দিনটো মধ্যমীয়া।প্ৰেমত বিবাদৰ সম্ভাৱনা।

কুম্ভ- পাবলগীয়া ধন ঘূৰাই পাব। কাৰোৰে সৈতে অনৰ্থক কাজিয়া নকৰিব।

মীন- চাকৰি বিচাৰি থকা লোক সকলৰ বাবে দিনটো শুভ। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement