--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যিকোনো বিষ শীতকালত অধিক কষ্টদায়ক হৈ পৰে। আৰু যদি এই সময়ত মৌমাখিয়ে বিন্ধে, তেন্তে ক’বই নালাগে। সাধাৰণতে মৌমাখিৰ দংশনে কাৰো ক্ষতি নকৰে যদিও ইয়াৰ ফলত তীব্ৰ বিষ হ’ব পাৰে বা খজুৱতি, ৰঙা পৰা আৰু ফুলা অনুভৱ হ’ব পাৰে। এনে পৰিস্থিতিত আপুনি কি কৰিব? ইয়াত কেইটামান ঘৰুৱা জানো আহক।

 ১. মৌ : মৌত এন্টি-ইনফ্লেমেটৰী আৰু এন্টিবেক্টেৰিয়েল গুণ আছে যিয়ে ফুলা কমোৱাত সহায় কৰিব পাৰে আৰু সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে। সেয়েহে মাখিয়ে বিন্ধা ঠাইত মৌ লগাব লাগে।

 ২. এপল চাইডাৰ ভিনেগাৰ : এপল চাইডাৰ ভিনেগাৰে মৌমাখিৰ দংশনৰ বিষ কমোৱাত সহায় কৰে বুলি কোনো প্ৰমাণ পোৱা নাই যদিও বহুতে বিশ্বাস কৰে যে মৌমাখিৰ দংশনৰ বিষ কমোৱাত সহায় কৰে, সংক্ৰমণ প্ৰতিৰোধৰ লগতে ফুলা হ্ৰাস কৰে।

 ৩. টুথপেষ্ট : বহুতে বিশ্বাস কৰে যে টুথপেষ্টে যিকোনো বিষাক্ত পদাৰ্থ উলিয়াই পেলোৱাত সহায় কৰে আৰু সেই অংশ ঠাণ্ডা কৰি বিষ আৰু ফুলা হ্ৰাস কৰিব পাৰে। সংক্ৰমিত স্থানত সামান্য পৰিমাণৰ টুথপেষ্ট লগাই প্ৰায় ২০ মিনিটৰ পাছত আঁতৰাই পেলাওক।

 ৪. এলোভেৰা জেল : এলোভেৰাৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিবেক্টেৰিয়েল গুণ আছে গতিকে ই বিষ কমোৱাত সহায় কৰে আৰু ফুলা কমাই সেই ঠাইত সংক্ৰমণ ৰোধ কৰে। মৌমাখিৰ দংশনৰ লগে লগে এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰে।

 ৫. বৰফৰ পেক : চাবোন আৰু পানীৰে ভালদৰে ধুই তাৰ পাছত লগে লগে বৰফৰ পেকেৰে দংশনৰ ঠাইত চাপ দিব লাগে। ইয়াৰ ফলত বিষ যথেষ্ট পৰিমাণ হ্ৰাস পায়।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব