--°C
Loading...
Listen to Article
2 min read
80%


১৭ ডিচেম্বৰ ২০২২,  শনিবাৰ
 

মেষ : আবেগৰ বশৱৰ্তী হোৱাৰ ফলত সমস্যাৰ সৃষ্টি হ’ব পাৰে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালকৈ ভাবি চোৱা উচিত। প্ৰেমে দিব শান্তি।


বৃষ : যিকোনো কামত খৰখেদা নকৰিব, ফলত কৰ্মক্ষেত্ৰ আৰু পৰিয়াল উভয় ক্ষেত্ৰতে অপ্ৰয়োজনীয় সমস্যাৰ সৃষ্টি হ’ব পাৰে। ভোজন চাই-চিতি কৰিব।

মিথুন- যদি বিবাহৰ কথা চলি থকা সকলৰ আজি সিদ্ধান্তত উপনীত হ'ব।পত্নীৰ স্বাস্থ্যক লৈ চিন্তাত হ’ব পাৰে।

কৰ্কট- কৰ্মস্থানত যথেষ্ট কষ্ট হোৱাৰ সম্ভাৱনা| ধৈৰ্য ৰাখিব। দাম্পত্যত মধ্যমীয়া।

সিংহ- পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্তৰ পাৰ হ’ব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। হাতলৈ ধন আহিব। খৰচ কমাব।

কন্যা-খৰচৰ মাত্ৰা বাঢ়িব পাৰে।কামত সন্মান পাব। মাতৃৰ স্বাস্থ্যই চিন্তাত পেলাব।

তুলা- দিনটো ব্যৱসায়ী সকলৰ বাবে অতিকৈ শুভ। চাকৰিয়াল সকলৰ কামৰ হেঁচা বাঢ়িব। ভ্ৰমণত শুভ।

বৃশ্চিক- মাটি বাৰীৰ ক্ষেত্ৰত স্থগিত থকা বিষয়বোৰ সমাধান হ’ব। দিনটো সুখদায়ক হ’ব। খং কমাব। প্ৰেমত অশান্তি।

ধনু- দিনটো প্ৰায় ভালে যাব। খৰচ মাত্ৰা বৃদ্ধি পাব ।দুৰ্ঘটনাৰ সম্ভাৱনা আছে। চোৰৰ পৰা সাৱধান।

মকৰ- গণেশৰ কৃপা দৃষ্টি লাভ কৰিব। ব্যৱসায়ীত, শিক্ষাৰ্থীৰ বাবে দিনটো মধ্যমীয়া।প্ৰেমত বিবাদৰ সম্ভাৱনা।

কুম্ভ- পাবলগীয়া ধন ঘূৰাই পাব। কাৰোৰে সৈতে অনৰ্থক কাজিয়া নকৰিব। সংসাৰত শুভ।

মীন- চাকৰি বিচাৰি থকা লোক সকলৰ বাবে দিনটো শুভ। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ আছে। প্ৰেমত মধুৰতা।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement