--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিন এজন দেৱতাৰ নামত উৎসৰ্গা কৰা হয়। শুকুৰবাৰৰ দিনটো মা লক্ষ্মীৰ নামত উচৰ্গা কৰা হয়। এই দিনটোত মা লক্ষ্মীক সঠিকভাৱে পূজা কৰিলে ঘৰত সুখ, সমৃদ্ধি আৰু শান্তিৰ অভাৱ নহয়। জ্যোতিষৰ মতে শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হয়। কিন্তু বহু সময়ত অজানিতে কিছুমান মানুহে এনে ভুল কৰে যাৰ বাবে দেৱী লক্ষ্মীৰ খং উঠে। শুকুৰবাৰে কোনবোৰ কাম কৰিব নালাগে, লগতে কোনবোৰ কামৰ বাবে কৰি দেৱী লক্ষ্মীক সুখী কৰিব পাৰি জানি লওক।

শুকুৰবাৰে এই কাম নকৰিব

১) জ্যোতিষৰ মতে শুকুৰবাৰে ধনৰ লেনদেন পৰিহাৰ কৰিব লাগে। বিশ্বাস কৰা হয় যে এনে কৰিলে দেৱী লক্ষ্মীৰ খং উঠে।

২) শুকুৰবাৰে কাকো চেনি নিদিব। বিশ্বাস কৰা হয় যে এনে কৰিলে শুক্ৰ গ্ৰহ ৰাশিফলত দুৰ্বল হৈ পৰে।

৩) ফটা আৰু লেতেৰা কাপোৰ শুকুৰবাৰে পৰিধান কৰিব নালাগে। কাৰণ এনে কৰিলে ৰাহু দুৰ্বল হৈ পৰে।

৪) শুকুৰবাৰে সম্পত্তিৰ সৈতে জড়িত কাম পৰিহাৰ কৰিব লাগে। শুকুৰবাৰে সম্পত্তি ক্ৰয় কৰিলে লোকচান হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

৫) শুকুৰবাৰে পাকঘৰ আৰু পূজাৰ লগত জড়িত বস্তু কিনাৰ পৰা বিৰত থাকক। জ্যোতিষৰ মতে এই দিনটোত এনে কৰিলে আশীৰ্বাদ পোৱা নাযায়।

শুকুৰবাৰে এইবোৰ কিনিব লাগে

১)জ্যোতিষৰ মতে শুকুৰবাৰে নতুন কাপোৰ কিনিব লাগে। এই কাম কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হয় আৰু ঘৰলৈ সুখ-সমৃদ্ধি আহে।

২) শুকুৰবাৰে বগা বা ৰূপালী ৰঙৰ বাহন ক্ৰয় কৰাটো শুভ। এনে কৰিলে শুক্ৰ ৰাশিফলত শক্তিশালী হৈ উঠে।

৩) শুকুৰবাৰৰ দিনটো মা লক্ষ্মীৰ নামত উৎসৰ্গা কৰা হৈছে। সেইবাবেই এই দিনটোত সৌন্দৰ্য্য আৰু সজ্জাৰ লগত জড়িত বস্তু কিনাটো শুভ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ