--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলম্বিয়াৰ এখন কাৰাগাৰত সংঘটিত হোৱা অগ্নিকাণ্ডত কমেও ৫১ জন কয়দীৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত হয় বহু কয়দী। কলম্বিয়াৰ দৰে এখন দেশত ইয়াৰ আগতেও এনে ঘটনা সংঘটিত হৈছে যদিও দক্ষিণ-পশ্চিমৰ টুলুৱা চহৰৰ কাৰাগাৰত সংঘটিত হোৱা ঘটনাই দেশখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

দেশৰ কাৰাগাৰ বিভাগৰ সঞ্চালক টিটো কেষ্টেলিয়নছে কয় যে, মৃতকৰ ভিতৰত কোন আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কাৰাগাৰত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ খবৰটো কাৰাবন্দীসকলৰ মাজত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ পাছতহে লাভ কৰে। বন্দী কয়দীয়ে নিজৰ কম্বলত জুই লগাই দিয়ে। সেই জুইৰ পৰা ইমান ডাঙৰ ঘটনাৰ সূত্ৰপাত হোৱা বুলি জানিবলৈ পোৱা গৈছে।

কলম্বিয়াৰ ৰাষ্ট্ৰপতি ইভান ডুকে এই ঘটনাক কেন্দ্ৰ কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। লগতে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে নিহত সকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি