--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২০১৯ চনত হায়দৰাবাদত সংঘটিত এক ভয়ংকৰ ধৰ্ষণ কাণ্ডই সমগ্ৰ দেশ কঁ‌পাই তুলিছিল। সিদিনা এগৰাকী যুৱতীক চাৰিজন পাষাণ পুৰুষে ধৰ্ষণ কৰি অৱশেষত জ্বলাই দিছিল তেওঁৰ দেহ। সেই সময়ত, সময়ত সমগ্ৰ দেশবাসীৰ লগতে বলিউডৰ তাৰকাসকলেও সামাজিক মাধ্যমৰ যোগদি শোকপ্ৰকাশ কৰিছিল। তেওঁলোকে ভুক্তভোগীৰ নাম মুকলিকৈ প্ৰকাশ কৰিছিল।

শেহতীয়া বাতৰি অনুসৰি, ধৰ্ষণৰ বলি হোৱা যুৱতী গৰাকীৰ পৰিচয় ছ'ছিয়েল মিডিয়াত প্ৰকাশ কৰাৰ বাবে অজয় দেৱগান, অক্ষয় কুমাৰ, চলমান খান, ৰকুল প্ৰীত সিঙকে ধৰি বলিউডৰ ৩৮ গৰাকী তাৰকাৰ বিৰুদ্ধে অধিবক্তা গৌৰৱ গুলাটিয়ে গোচৰ ৰুজু কৰিছে। আইন অনুসৰি, ধৰ্ষণ বা প্ৰতাৰণাৰ বলি হোৱা কোনো ভুক্তভোগীৰ নাম সংবাদ মাধ্যম বা যিকোনো ৰাজহুৱা মঞ্চত উল্লেখ কৰাতো অনৈতিক।

গৌৰৱ গুলাটিয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ২২৮-A ধাৰাৰ অধীনত দিল্লীৰ চাবজি মাণ্ডি আৰক্ষী থানাত গোচৰ ৰুজু কৰে। অধিবক্তাজনে ক্ষোভেৰে ক'য় যে সমাজিক দায়বদ্ধতাসম্পন্ন এইসকল তাৰকাই তেওঁলোকৰ নৈতিক দায়িত্বখিনিও পাহৰি গ'ল!


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক