--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম অন্ধ! এহাল চাৰি কুৰিৰ উৰ্ধৰ ব্ৰিটিছ দম্পতিয়ে বিবাহপাশত আৱদ্ধ হৈ সেই কথা পুনৰ প্ৰমাণ কৰিলে৷ দৰাৰ বয়স ৮২ বছৰ, আনহাতে কইনাৰ বয়স ৮১ বছৰ৷ দৰাৰ নাম- ক্রিষ্টোফাৰ ষ্ট্ৰীট আৰু কইনাৰ নাম- ৰোজা ষ্ট্ৰীট৷

দুয়ো এখন কেফেত লগ হৈছিল৷ ১৮ মাহৰ আগতে হৈছিল এই সাক্ষাত৷ তাৰপাছত তেওঁলোকে সিদ্ধান্ত লৈছিল যে তেওঁলোকে কফি খাই একেলগে থাকিব। বিয়াৰ পিছত তেওঁলোকে চেণ্ট মণিকা কোটা নামৰ গাঁওখনলৈ স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত লয়।

এক সাক্ষাৎকাৰত প্ৰাক্তন নাৰ্ছ ৰোজা ষ্ট্ৰীটে ক্ৰিষ্টোফাৰৰ হাঁহিটোৰ প্ৰেম পৰে৷ লাহে লাহে তেওঁলোকে উপলব্ধি কৰে যে দুয়োৰে মাজত বহুতো সাদৃশ্য আছে, যিবোৰ সততে দেখা নাযায়। প্ৰিয় গীত, প্ৰিয় কবিতা, ইতিহাসৰ পৰা আৰম্ভ কৰি শিল্পৰ বিভিন্ন মাধ্যমৰ বিষয়ে আলোচনা চলি থাকিল।

ক্রিষ্টোফাৰ আৰু ৰোজাই আৱিষ্কাৰ কৰে যে তেওঁলোকৰ বৰ্তমানৰ ঠিকনাবোৰৰ মাজত মাত্ৰ ৪০ মাইল দূৰত্ব। ইয়াৰ পিছত দুয়োজনে ইটালীত অকলে কিছু সময় কটাবলৈ সিদ্ধান্ত ল’লে। তাত ভ্ৰমণ কৰি থাকোঁতে তেওঁলোকৰ মনলৈ আহিল বিয়াৰ পৰিকল্পনা।

ক্রিষ্টোফাৰে সংবাদ মাধ্যমক কয় যে, “মই পৰম্পৰাগত পদ্ধতিটোৰে বিয়াৰ প্ৰস্তাৱ দিয়া নাছিলো৷ সন্মতি প্ৰকাশ কৰে ৰোজাই৷ আৰু আমাৰ নিসংগতা হানিমুনলৈ পৰিণত হয়।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস