--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰধানমন্ত্ৰীয়ে সেনা জোৱানসকলৰ বীৰত্বৰ শলাগ লোৱাৰ উপৰি তেওঁৰ চৰকাৰৰ দিনত অৰ্থনীতিৰ বিকাশ, ষ্টাৰ্ট আপৰ সৃষ্টি, ইছৰোৰ সফলতা, দুৰ্নীতিৰ বিৰুদ্ধে লোৱা পদক্ষেপ আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ কথাও উল্লেখ কৰে।

কাৰ্গিলক এক বেলেগ ৰূপত ধৰা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে মঞ্চত উঠি সৈনিকসকলৰ সৈতে গীতত সহযোগ কৰে। প্ৰতি বছৰে মোডীয়ে সীমান্তৰক্ষী বাহিনীৰ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে। এই বছৰো ব্যতিক্ৰম নাছিল, সোমবাৰে তেওঁ সীমান্তৰক্ষীসকলক সাক্ষাৎ কৰিবলৈ গৈছিল আৰু কাৰ্গিলত সেনা জোৱানসকলৰ সৈতে এক সাংস্কৃতিক অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল।

২০১৪ চনত ক্ষমতালৈ অহাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰীয়ে প্ৰতি বছৰ দীপাৱলী সেনা জোৱানৰ সৈতে পাৰ কৰি আহিছে। যোৱা বছৰো তেওঁ জম্মু-কাশ্মীৰৰ নৌশ্বেৰা সীমান্তত উপনীত হৈছিল আৰু এইবাৰো প্ৰধানমন্ত্ৰীয়ে কাৰ্গিলত উপস্থিত হৈ সেনা জোৱানসকলক সম্বোধন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক