--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
চীন অথবা দেশখনৰ সামগ্ৰীৰ বিৰুদ্ধে ভাৰত চৰকাৰে নানা পদক্ষেপ ল’লেও আজি পৰ্যন্ত প্ৰতিহত কৰিব পৰা নাই চীন দেশৰ অৰ্থনৈতিক আগ্ৰাসন ৷ চীনৰ অৰ্থনৈতিক অগ্ৰাসনে  এক প্ৰকাৰে ম্লান কৰি তুলিছে ভাৰতীয় সামগ্ৰীৰ বজাৰখন৷ উৎসৱৰ সময়ত বিশেষকৈ দীপাৱালীৰ দিন কেইটাত চীনা সামগ্ৰীৰ ভাৰতত চাহিদা দেখিলে আত্মনিৰ্ভৰশীল ভাৰতৰ নীতি কেৱল শ্লোগানতে সীমিত হৈ থকা যেন লাগে ।

তথ্য অনুসৰি দীপাৱালীৰ সময়ত ভাৰতত বিক্ৰী হ’ল ২,৬৪, ৩৮৫কোটি টকাৰ চীনত নিৰ্মিত সামগ্ৰী৷ এই সামগ্ৰীসমূহৰ ভিতৰত অধিকাংশই সৌন্দৰ্য বর্ধক LED Light । ২০২২চনত ৫,৮৭৪ কোটি টকাৰ LED light ভাৰতৰ বজাৰত বিক্ৰী হৈছে । এই তথ্য প্ৰকাশ পাইছে বেইজিঙত  প্ৰকাশিত Global Timesত 

উক্ত ইংৰাজী বাতৰি কাকতখনত উল্লেখ কৰা মতে চীনা কোম্পানী সমূহে ভাৰতীয় ক্ৰেতাৰ চাহিদা পূৰাবলৈ  অতিৰিক্ত কাম কৰিবলগীয়া হৈছে ।ইয়াৰে ভিতৰত চাকি সদৃশ LED light ৰ চাহিদা অধিক বুলি জানিব পৰা গৈছে৷ 


 
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক