--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; পুনৰ বৰষুণৰ বাবে স্থগিত হ’ল ভাৰত বনাম পাকিস্তানৰ মেচ৷

চলিত এছিয়া কাপত ভাৰত বনাম পাকিস্তানৰ মেচখনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে বিশ্বৰ ক্ৰিকেট অনুৰাগী৷ ভাৰততো বৃদ্ধি পাইছে উৎকণ্ঠা৷

কিন্তু, এবাৰ নহয় দুবাৰকৈ বৰষুণৰ বাবে পৰিত্যক্ত হৈ ৰ’ল মেচ৷ আয়োজকৰ অদূৰদৰ্শীতা আৰু ভুল পৰিকল্পনাই হতাশ কৰিছে খেলুৱৈসকলকো৷ 

দুবাৰকৈ হোৱা এনে খামখেয়ালিৰ বাবে এছিয়ান ক্ৰিকেট পৰিষদৰ সভাপতি জয় শ্বাহ সমালোচনাৰ সন্মুখীন হৈছে৷ ক্ৰিকেটৰ সৈতে দূৰ-দূৰণিলৈ সম্পৰ্ক নথকা একাংশ লোকক ভাৰতৰ ক্ৰিকেটনিয়ন্তা পতাৰো অভিযোগ নতুন নহয়৷ বৰষুণৰ অধিক সম্ভাৱনা থকা এই সময়ত শ্ৰীলংকাত ভাৰত-পাকৰ খেল অনুষ্ঠিত কৰা বিষয়টোত আয়োজকৰ ভুল পৰিকল্পনা বুলিও বিভিন্নজনে অভিযোগ কৰিছে৷

শেহতীয়া খবৰ অনুসৰি, আজি বাতিল হোৱা খেলখনৰ সোমবাৰে পুনৰ অনুষ্ঠিত হ’ব৷ ভাৰতে ২৪.১ অভাৰত ২টা উইকেট হেৰুৱাই ১৪৭ ৰাণ সংগ্ৰহ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক