--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছানি লিঅ’নী অভিনীত অনুৰাগ কাশ্যপৰ ‘কেনেডী’ ছবিয়ে এইবাৰৰ কান চলচ্চিত্ৰ মহোৎসৱত স্থান লাভ কৰিছে। এইবাৰ কান চলচ্চিত্ৰ মহোৎসৱত স্থান লাভ কৰা একমাত্ৰ ভাৰতীয় ছবি হিচাপে ই বিবেচিত হৈছে।

বৃহস্পতিবাৰে কানৰ টুইটাৰ হেণ্ডেলে এই আনুষ্ঠানিক ঘোষণা কৰে। তেতিয়াৰ পৰাই টুইটাৰত অভিনন্দনৰ জোৱাৰ উঠিছে। অনুৰাগৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে ছানী লিয়নী, ৰাহুল ভাট আৰু ইউটিউব ধাৰাবাহিক ‘এস্পিৰেণ্টছ’খ্যাত অভিনেতা অভিলাষ থাপলিয়লে।

কান চলচ্চিত্ৰ মহোৎসৱত স্থান লাভ কৰিছে ছানিৰ ছৱি। ছানীৰ স্বামী ডেনিয়েল ৱেবাৰে অভিনেত্ৰীগৰাকীক অভিনন্দন জনাইছে। ১৬ মে’ৰ পৰা ২৭ মে’লৈ অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱৰ মাজনিশাৰ প্ৰদৰ্শনী শিতানৰ অংশ হিচাপে নিৰ্বাচিত হৈছে অনুৰাগ কাশ্যপৰ ‘কেনেডী’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ