--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঠিক এবছৰৰ আগতে আজিৰ দিনটোতে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে ঘৰ সংৰাৰৰ আৰম্ভণি কৰিছিল। এই এবছৰত তেওঁলোকৰ জীৱনলৈ আহিছে এটি কন্যা সন্তান। তথাপিতো আক্ষেপ প্ৰকাশ কৰিছে ৰণবীৰে। কয় যে তেওঁ আলিয়াৰ বাবে ভাল স্বামী হ’ব পৰা নাই।

বিবাহৰ পিছৰে পৰা ইখনৰ পিছত সিখনকৈ মুক্তি লাভ কৰিছে ৰণবীৰৰ ছবি। গতিকে চৰ্চাত আছে অভিনেতাগৰাকী। শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰণবীৰক সোধা হৈছিল, "আপুনি এজন ভাল স্বামী হ’ব পাৰিছেনে?’’

ৰণবীৰে ক'লে, "আচলতে জীৱনত আপুনি সকলোতে যে এক নম্বৰ হ'ব, তেনেকুৱা নহয়। ভাল ল’ৰা বা ভাল স্বামী হ’ব পাৰিছো বুলি মই নাভাবো। কিন্তু এই বিষয়ত সজাগতা থকাটো প্ৰয়োজন। সেইটো থাকিলে বুজিব যে আপুনি সঠিক পথত আগবাঢ়িছে।’’

বৃহস্পতিবাৰে মুম্বাই বিমানবন্দৰত ফটোগ্ৰাফাৰে বন্দী কৰে ৰণবীৰ কাপুৰক। কৰ্ডযুক্ত চেট পিন্ধা ৰণবীৰে মূৰত কেপ পিন্ধা দেখা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস