--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাস্থ্যৰ যত্ন লোৱাৰ লগতে কাণৰ যত্ন লোৱাটোও প্ৰয়োজনীয়। কিন্তু বহুতে নিজৰ শৰীৰৰ যত্ন লয় যদিও কাণৰ যত্ন নলয়। কিছুমান খাদ্যই কাণৰ শ্ৰৱণশক্তি শক্তিশালী কৰি ৰাখে। যিমান বয়স হলেও শ্ৰৱণশক্তি অটুট থাকে। কি কি খাদ্য খালে শ্ৰৱণশক্তি শক্তিশালী হৈ থাকে জানো আহক।

১) আদাঃ আদাক ছুপাৰফুড বুলি গণ্য কৰা হয়। যদি আপুনি দৈনিক আদা সেৱন কৰে, তেন্তে আপুনি দীৰ্ঘদিনলৈ সুস্থ হৈ থাকিব। শ্ৰৱণশক্তি মজবুত হ'ব।

২) হালধিঃ কাণৰ উন্নত স্বাস্থ্যৰ বাবে খাদ্যত হালধি অন্তৰ্ভুক্ত কৰিব লাগে। যদি আপুনি দৈনিক হালধি সেৱন কৰে তেন্তে কাণেৰে কম শুনা প্ৰতিৰোধ কৰিব পাৰি।

৩) কলঃ কলত মেগনেছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। যাৰ বাবে কাণৰ স্বাস্থ্য ভাল হৈ থাকে। সেইবাবেই কল দৈনিক সেৱন কৰিব লাগে।

৪) মাছঃ মাছত ওমেগা ৩ প্ৰচুৰ পৰিমাণে পোৱা যায়। যাৰ বাবে বহু ৰোগৰ পৰা উপশম পাব পাৰি। যদি আপুনি মাছ সেৱন কৰে, তেন্তে কাণৰ লগত জড়িত বহু সমস্যা নাইকিয়া হয়।

৫) ডাৰ্ক চকলেটঃ ডাৰ্ক চকলেটত জিংক প্ৰচুৰ পৰিমাণে থাকে, যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ডাৰ্ক চকলেট খালে কাণৰ কোষবোৰো বৃদ্ধি পায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক