--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ কানপুৰত সংঘটিত হৈছে এক আজৱ ঘটনা৷ কানপুৰ নগৰ নিগমৰ বৈঠকত নিগমৰ এগৰাকী সদস্য তথা বিজেপি নেতাই সুৰামত্ত অৱস্থাত উপস্থিত থকাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ কেৱল সেয়াই নহয়, নেতাগৰাকীয়ে সুৰাৰ ৰাগীত একো ক’ব নোৱাৰা হৈ মহিলাৰ শৌচাগাৰত সোমাই প্ৰস্বাৱ কৰাৰ ঘটনাই বহুতকে অসন্তুষ্ট কৰি তুলিছে৷ 

জানিব পৰা মতে কানপুৰৰ ৮১ নং  দৰ্শনপুৰৱা  ৱাৰ্ডৰ সদস্য আশুমেন্দ্ৰ  প্ৰতাপ সিঙে সুৰাসক্ত অৱস্থাত নগৰ নিগমৰ বৈঠকত উপস্থিত থাকে৷ তেওঁৰ অৱস্থা দেখি তাত উপস্থিত থকা আন লোকসকলে ইছাট-বিছাট কৰিবলৈ ধৰে৷ 

ইয়াৰ মাজতে নেতা জনে মহিলাৰ শৌচাগাৰত সোমাই প্ৰস্বাৱ কৰে৷ এই ঘটনাৰ পিছতে কানপুৰ নগৰ নিগমৰ মেয়ৰ প্ৰমীলা পাণ্ডেই বিজেপি নেতা সিঙক সতৰ্ক কৰি দিবলৈ বাধ্য হয়৷ সংবাদমাধ্যমৰ আগত প্ৰমীলা পাণ্ডেই কয় যে সিঙৰ পত্নীও কানপুৰ নগৰ নিগমৰ এগৰাকী সদস্যা৷ তেওঁক মতাই আনি স্বামীৰ এনে কাৰ্যৰ বিষয়ে জনোৱা হ’ব বুলি প্ৰমীলা পাণ্ডেই কয়৷  ইয়াৰ পূৰ্বেও বিজেপি নেতা জনে কাৰ্যালয়লৈ সুৰামত্ত অৱস্থাত আহিছিল বুলি বহুতে অভিযোগ কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী