--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ভিডিঅ’ই ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে৷  এক হৃদয়স্পৰ্শী মুহূৰ্তত ভাৰতৰ কিংবদন্তি বেটছমেন শচীন তেণ্ডুলকাৰে প্ৰতিশ্ৰুতি পালন কৰি জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়ত পেৰা ক্ৰিকেটাৰ আমিৰ হুছেইন ল’নক সাক্ষাৎ কৰে।

তেণ্ডুলকাৰে আমিৰক নিজৰ হোটেলৰ কোঠালৈ নিমন্ত্ৰণ কৰি জম্মু-কাশ্মীৰ পেৰা ক্ৰিকেট দলৰ অধিনায়কৰ সৈতে কথা পাতি স্বাক্ষৰ সম্বলিত বেটো উপহাৰ দিয়ে। তেণ্ডুলকাৰে নিজৰ ‘এক্স’ হেণ্ডেলত তেওঁলোক দুয়োৰে অন্তৰংগ মূহূৰ্তৰ ভিডিঅ’ পোষ্ট কৰি পোষ্টটোৰ কেপচন দিছিল, “আচল নায়ক আমিৰলৈ! প্ৰেৰণাদায়ক হৈ থাকা… তোমাক লগ পাই বৰ ভাল লাগিল।”

ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীক আমিৰৰ জীৱন কাহিনীয়ে আপ্লুত কৰিছিল আৰু পৰিয়ালৰ সৈতেও মত বিনিময় কৰিছিল৷


বিজবেহাৰাৰ বিচিত্ৰ গাঁও ৱাঘামাৰ পৰা আহি আমিৰৰ জীৱনত ৮ বছৰ বয়সত ভয়াৱহ ৰূপ ল’লে যেতিয়া পিতৃৰ মিলত সংঘটিত হোৱা এক মৰ্মান্তিক দুৰ্ঘটনাৰ ফলত তেওঁৰ দুয়োখন হাত হেৰুৱাই পেলায়। কিন্তু হতাশাৰ সন্মুখীন হোৱাৰ পৰিৱৰ্তে আমিৰে সকলো বিপদক অৱজ্ঞা কৰি পেছাদাৰী ক্ৰিকেটাৰ হিচাপে এক উল্লেখযোগ্য যাত্ৰাত নামি পৰে, ২০১৩ চনৰ পৰা ক্ৰিকেট খেলপথাৰত আমিৰে নিজৰ ব্যতিক্ৰমী প্ৰতিভা প্ৰদৰ্শন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক