--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফুটবলৰ উন্মাদনাই এতিয়া বিয়াকো স্পৰ্শ কৰিলে। বিশ্বকাপ ফুটবলৰ স্মৃতি যুগমীয়া কি ৰাখিবলৈ এইবাৰ  কেৰালাত মেছি, এমবাপেৰ জাৰ্চী পিন্ধি বিয়াত বহিল দৰা-কইনা । বিয়াৰ পূৰ্বে  সাধাৰণতে এনে এজন সঙ্গী. আনজনৰ সৈতে  উমৈহতীয়া আগ্ৰহ আৰু ৰুচি থকাটো বিচাৰে। 

ফুটবলকলৈ  উৎসাহী  লোকসকলৰ বাবে ফিফা বিশ্বকাপ চোৱাটো অভ্যাসত পৰিণত হৈছিল।  আনকি নিজৰ  বিয়াৰ দিনাও বহুতে খেল চাইছিল। ফুটবলৰ প্ৰতি আগ্ৰহৰ বাবে জনাজাত ৰাজ্য কেৰালাৰ এহাল দম্পতীয়ে  ফিফা বিশ্বকাপৰ ফাইনেলত সমৰ্থন কৰা আৰ্জেণ্টিনা  দলৰ জাৰ্চী পৰিধান কৰি বিয়াত বহাৰ ছবি এতিয়া ভাইৰেল হৈ পৰিছে।

দৰা শচীন আৰ্জেণ্টিনাৰ এজন অনুৰাগী আৰু তেওঁ লিঅনেল মেছিৰ ১০ নম্বৰৰ জাৰ্চী পিন্ধিছিল।  কইনা আথিৰা ফৰাচী দলৰ সমৰ্থক হোৱাৰ বাবে কেলিয়ান এমবাপেৰ টি-চাৰ্ট পিন্ধিছিল। তেওঁলোকৰ বিবাহৰ  এই ছবি বিবিচিয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰিছে।ইয়াৰ পিছতে ছবি খন ভাইৰেল হৈ পৰে। 

বিবিচিৰ প্ৰতিবেদন অনুসৰি কাটাৰৰ লুচাইল ষ্টেডিয়ামত ফাইনেল খেল  হোৱাৰ কেইঘণ্টামান আগতে কোচি চহৰত অনুষ্ঠিত এক অনুষ্ঠানত বিবাহ পাশত আৱদ্ধ হয় দম্পতীহাল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক