--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌভাগ্যৰ চকা কেতিয়া আনফালে ঘূৰিব কোনোবাই কেতিয়াও নাজানে। তেনেকুৱাই আছিল অভিনেত্ৰী কৃতি শ্বেননৰ ক্ষেত্ৰত। দিল্লীত পঢ়িছিল। কৃতি এগৰাকী অভিযান্ত্ৰিক ছাত্ৰী আছিল। মাক কলেজৰ শিক্ষয়িত্ৰী। নায়িকাগৰাকীৰ পিতৃ চাৰ্টাৰ্ড একাউণ্টেণ্ট। কিন্তু অভিনেত্ৰীগৰাকীয়ে কেইবাটাও চাকৰি পোৱাৰ পিছত চাকৰি এৰি তথাকথিত ‘অনিশ্চিত’ কেৰিয়াৰ পথ ল’লে। বৰ্তমান তেওঁ বলীউডৰ অন্যতম আগশাৰীৰ অভিনেত্ৰী। কিন্তু তেওঁৰ অভিনয় যাত্ৰা কেনেকৈ আৰম্ভ হ’ল?

প্ৰথমে ৫ টকীয়া টুথপেষ্টৰ টিউব এটাৰ বিজ্ঞাপনত দেখা দিছিল। প্ৰেমিকৰ লগত কলেজৰ কেন্টিনত বহি ৫ টকীয়া মুদ্ৰা লৈ মুখত হাঁহি বিৰিঙা - এইদৰেই দৰ্শকে প্ৰথমে কৃতি শ্বেননক দেখে। মডেলিঙৰ পৰাই কৃতিৰ কেৰিয়াৰ আৰম্ভ হৈছিল। প্ৰথমতে তেওঁ সৰু সৰু বিজ্ঞাপনত কাম কৰিছিল। বিজ্ঞাপনৰ জৰিয়তে কৃতিয়ে নিজৰ অভিনয় প্ৰতিভা আৱিষ্কাৰ কৰিছিল।

নিজৰ প্ৰতিভাৰ বাবেই বলিউডত স্থান অৰ্জন কৰিছে কৃতিয়ে। কেইবাটাও কাম চলি আছে। ‘আদিপুৰুষ’, ‘গণপত’কে ধৰি কেইবাখনো ছবিত তেওঁক দেখা গৈছে। অনাগত দিনত তেওঁৰ কেইবাখনো নতুন চিনেমা আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক