--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰত একেৰাহে তিনিখন হিট ছৱিৰ হেট্ৰিক অৰ্জন কৰিছিল শ্বাহৰুখে। কিন্তু নতুন বছৰত কি পৰিকল্পনা? শ্বাহৰুখে এইবাৰ মুক্তি নাপাব এখনো ছবি? 

শেহতীয়াকৈ ডুবাইত অনুষ্ঠিত ৱৰ্ল্ড গভাৰনমেণ্ট চামিটৰ বিশেষ অতিথি হিচাপে উপস্থিত আছিল শ্বাহৰুখ। তাতেই তেওঁৰ চলচ্চিত্ৰ জীৱনৰ উত্থান-পতনে, জীৱন দৰ্শনৰ প্ৰায় সকলো দিশকে চুই গৈছিল। যোৱা বছৰ হিট ট্ৰিকৰ পিছত এইবাৰ তেওঁ অৱসৰ ল’ব নেকি? কাৰণ, নতুন বছৰত এতিয়ালৈকে তেওঁৰ কোনো ছবিৰ নাম শুনা নাই।

শ্বাহৰুখে কৈছিল যে তেওঁ এতিয়াও ৩০ বছৰ হাঁহি হাঁহি অভিনয় কৰিব। অৱশ্যে শ্বাহৰুখে কয় যে তেওঁ কৰা শেষ ছবিখন তেওঁৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ ছবি হ’ব। এই ছবিখনৰ বাবে তেওঁ দৰ্শকক উৰ্দু আৰু আৰবী ভাষা শিকিবলৈ অনুৰোধ কৰিব। তেওঁ বিচাৰে যে তেওঁৰ শেষৰখন ছবি বিশ্বৰ দৰ্শকে চাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ