--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কমেডিয়ানসকলে অহৰহ দৰ্শকক হহুঁৱাই অথবা হাঁহিবলৈ বাধ্য কৰায়। কিন্তু তেওঁলোকৰ ব্যক্তিগত জীৱনৰ কাহিনী প্ৰায়ে হাঁহিৰে আৱৰি নাথাকে। ব্যক্তিগত যন্ত্ৰণাও কৌতুকৰ আৱৰণত ঢাকি ৰখা হয়। বলীউডৰ আইকনিক কমেডিয়ান জনী লিভাৰৰ ক্ষেত্ৰত এই কথা অতি সত্য। ৩০০ৰো অধিক ছবিত কাম কৰিলে। কিন্তু নিজৰ জীৱনৰ এটা অধ্যায় আন্ধাৰেৰে আবৃত। জীৱনৰ প্ৰতি তেওঁৰ ইমানেই বিতৃষ্ণা আছিল যে তেওঁ নিজকে হত্যা কৰিবলৈ চেষ্টা কৰিছিল।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত কমেডিয়ানগৰাকীয়ে তেওঁৰ জীৱনৰ এনে এটা অধ্যায়ৰ কথা কৈছিল। মাত্ৰ ১৩ বছৰ বয়সতে জনীয়ে আত্মহত্যাৰ চেষ্টা কৰিছিল। বিষণ্ণতাই তেওঁক আগুৰি ধৰিলে। জীৱনৰ প্ৰতি তেওঁৰ বিতৃষ্ণা আছিল। জনীয়ে কয় যে মই ভাবিছিলো - ''মই জীয়াই থাকিলে অধিক কষ্ট পাম। গতিকে মই সিদ্ধান্ত লৈছিলো যে মই নিজে শেষ কৰিলে দুখবোৰ অলপ হ’লেও কমি যাব। ৰেল লাইনত শুই থাকিলোঁ ৰেলৰ বাবে অপেক্ষা কৰি। কিন্তু চুবুৰীৰ মানুহে মোক ৰক্ষা কৰিলে।”

পৰ্দাত সকলো সময়তে হাঁহি থকাজনে কিয় পৃথিৱী এৰি যোৱাৰ কথা ভাবিছিল? জনীয়ে কৈছিল যে দেউতাকৰ বাবেই তেওঁ কিবা কাৰণত ডিপ্ৰেছনত পৰিছিল। অৱশ্যে ইয়াৰ কাৰণ স্পষ্টকৈ উল্লেখ কৰা নাই। জনীয়ে কয় যে তেওঁৰ জীৱনটোৱে শৈশৱৰ পৰা সম্পূৰ্ণ বেলেগ ৰূপ লৈছিল। তেওঁ এনে এখন ঠাইত বাস কৰিছিল, সেয়া হৈছে অপৰাধীৰ বাস। চকুৰ সন্মুখত বহু হত্যাকাণ্ড দেখিছিল। তেওঁ অভিনেতাৰ সলনি অপৰাধী হ’ব পাৰিলেহেঁতেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement