--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ওজন হ্ৰাস কৰিবলৈ নেমু অতি ফলপ্ৰসূ বুলি কোৱা হয়। আমি সকলোৱে নেমু ব্যৱহাৰ কৰো, কিন্তু তাৰ বাকলিবোৰ কাটি পেলাই দিওঁ। কিন্তু আমি বহুতেই নাজানো যে নেমুৰ বাকলিত কেলছিয়াম, পটাছিয়াম, মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান পোৱা যায়। ইয়াৰ বাহিৰেও নেমুৰ বাকলিত ডি-লিমোনিন নামৰ এবিধ মৌল থাকে, যিয়ে চৰ্বি হ্ৰাস কৰাত সহায় কৰে। আজি আমি জানিম যে কেনেকৈ আপুনি ওজন হ্ৰাস কৰিবলৈ নেমুৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। কেৱল ওজন হ্ৰাস কৰাই নহয়, নেমুৰ বাকলি সেৱন কৰিলে আন বহুতো স্বাস্থ্য উপকাৰিতাও পোৱা যায়।

 শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰি যায়-

নেমুৰ বাকলিত ফ্লেভন’ইড পোৱা যায় যিয়ে মানসিক চাপ কমোৱাত সহায় কৰে। যদি আপুনি মানসিক চাপত থাকে, তেন্তে নেমুৰ বাকলি খাব পাৰে। শৰীৰত চৰ্বি বৃদ্ধি হ’লে বিষাক্ত পদাৰ্থও বৃদ্ধি পায়। নেমুৰ বাকলি সেৱনে শৰীৰত থকা বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলাই যায়, ফলত ওজন হ্ৰাস কৰাত সহায় কৰে। তদুপৰি ইয়াত পোৱা ভিটামিন-‘চি’য়ে চৰ্বি কমোৱাত সহায় কৰে।

 নেমুৰ বাকলিৰ পৰা গুড়ি বনাওক-

নেমুৰ বাকলিত ভিটামিন-‘চি’ আৰু আঁহ থাকে যিয়ে চৰ্বি হ্ৰাস কৰাত সহায় কৰে। নেমুৰ বাকলি ব্যৱহাৰৰ বাবে শুকুৱাই তাৰ গুড়ি প্ৰস্তুত কৰক। এই গুড়িবোৰ এটা বন্ধ পাত্ৰত ৰাখি থৈ গৰম পানীৰ লগত মিহলাই খাব পাৰে।

 এনেকৈ পানীয় প্ৰস্তুত কৰক-

ওজন হ্ৰাস কৰিবলৈ নেমুৰ বাকলিৰে পানীয় প্ৰস্তুত কৰিব পাৰে। এই পানীয় বনাবলৈ নেমুৰ বাকলিবোৰ কাটি তাৰ পাছত ২ লিটাৰ পানীত প্ৰায় ৩০ মিনিট উতলাই লওক। ইয়াৰ পাছত গেছ বন্ধ কৰি বাকলিবোৰ উলিয়াই লওক। প্ৰতিদিনে পুৱা এগিলাতকৈ সেৱন কৰিলে ওজন হ্ৰাস পায়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ