--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৰ্তমান সময়ত প্ৰায় সকলোৰে ঘৰতে এলোভেৰা গছ থকা দেখা পোৱা যায়। এই উদ্ভিদবিধৰ এনে বহুতো গুণ পোৱা যায় যিবোৰে মানুহৰ স্বাস্থ্যৰ উপৰি ছাল আৰু চুলিৰ সৌন্দৰ্য্য বাবে অত্যন্ত উপকাৰী। ইয়াৰ উপৰি আয়ুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰতো এলোভেৰা সমানে উপযোগী। ইয়াৰ সমান্তৰালকৈ বাস্তুশাস্ত্ৰতো এই গছৰ গুৰুত্ব অধিক। কাৰণ এলোভেৰাৰ কিছুমান প্ৰতিকাৰ গ্ৰহণ কৰি আপুনিও আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। সেয়েহে আজি আমি এলোভেৰাৰ কিছু প্ৰতিকাৰৰ বিষয়ে জানো আহক।

১. পদোন্নতিৰ ক্ষেত্ৰত : চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি আৰু সফলতা লাভ কৰিবলৈ এলোভেৰা গছ ৰোপণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। আপুনি আপোনাৰ ঘৰৰ পশ্চিম দিশত এলোভেৰা গছ ৰোপণ কৰি প্ৰগতি আৰু সফলতাৰ বাট মুকলি কৰিব পাৰে।
২. বৈবাহিক জীৱন সুখৰ হয় : এলোভেৰা গছ ৰোপণ কৰি আপুনি আপোনাৰ বৈবাহিক জীৱন সুখৰ কৰিব পাৰে। যদি আপোনাৰো জীৱন সংগীৰ সৈতে সৰু সৰু কথাত মনোমালিন্য ঘটে, তেন্তে আপোনাৰ ঘৰৰ পূব দিশত এলোভেৰা ৰোপণ কৰক। ইয়াৰ দ্বাৰা বৈবাহিক জীৱনলৈ সুখ-শান্তি কঢ়িয়াই অনাৰ লগতে দূৰ কৰে আপোনাৰ ঘৰৰ নেতিবাচকতা।

৩. আৰ্থিক সমস্যাৰ পৰা সকাহ দিয়ে : আপুনিও এলোভেৰাৰ দ্বাৰা আপোনাৰ আৰ্থিক সমস্যা সমাধান কৰিব পাৰে। যদি আপুনিও আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হয়, তেন্তে আপোনাৰ ঘৰৰ বাৰী বা বেলকনিত এলোভেৰা গছ ৰোপণ কৰা কৰক। ইয়াৰ ফলত ঘৰৰ দৰিদ্ৰতা নোহোৱা হয় আৰু আৰ্থিক সমস্যাৰ সমাধান হয়। ইয়াৰ বাহিৰেও টকা-পইচাৰ নতুন নতুন উৎস মুকলি হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক