--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে নতুন বছৰৰ আৰম্ভণিতে এটা ভাল খবৰ পাবলৈ গৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ তেওঁলোকৰ দৰমহা, ডিএ আৰু ডিআৰ বৃদ্ধি কৰা হৈছে। শেহতীয়া খবৰ অনুসৰি, কেন্দ্ৰীয় চৰকাৰে জানুৱাৰী ২০২২- ত তেওঁলোকৰ মহাৰ্ঘ ভাতা (ডিএ) প্ৰাপ্য মুকলি কৰাৰ পৰিকল্পনা কৰিছে, যিটো যোৱা ১৮ মাহ ধৰি স্থগিত হৈ আছিল। গণনা অনুসৰি, তেওঁলোকে নতুন বছৰত ডি.এ. বকেয়া হিচাপে ২ লাখ টকাতকৈ অধিক ধন লাভ কৰিব৷

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ অধীনত কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে সোনকালেই আন এটা ভাল খবৰ পাবলৈ গৈ আছে। কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ মহাৰ্ঘভাতা পুনৰ এবাৰ 2ৰ পৰা 3 শতাংশ বৃদ্ধি হ'ব, যাৰ ফলত দৰমহা বছৰি ২১,০০০ লৈ বৃদ্ধি হ'ব আৰু ইয়াৰ দ্বাৰা প্ৰায় ১ কোটি কৰ্মচাৰী লাভান্বিত হ'ব আৰু মূল দৰমহা 8,000 টকা বৃদ্ধি কৰা হ'ব। আশা কৰা হৈছে যে মোডী চৰকাৰে এই নতুন বছৰেত ইয়াৰ ওপৰত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।

যোৱা বছৰ, ২০২১ ত, মোডী চৰকাৰে মহাৰ্ঘ ভাতা ২৮ শতাংশৰ পৰা ৩১ শতাংশলৈ বৃদ্ধি কৰিছিল আৰু এতিয়া যদি ২০২২ চনৰ নতুন বছৰৰ লোকপিয়লৰ পিছত পুনৰ ২ৰ পৰা ৩ শতাংশ বৃদ্ধি হয়, ই ৩৪ শতাংশলৈ বৃদ্ধি হ'ব আৰু দৰমহা ২১,০০০ লৈ বৃদ্ধি হ'ব। প্ৰাথমিক প্ৰৰ্যায়ত থকা কৰ্মচাৰীসকলক বছৰি ১৮,০০০/- টকা আৰু ৫৬,০০০ দৰমহাৰ বাবে বছৰি ২০,৪৮৪/- টকালৈ বৃদ্ধি হ’ব। ই প্ৰায় ১ কোটি লোকক লাভান্বিত হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ধনতেৰছত কিয় ধনীয়া বীজ ক্ৰয় কৰিব লাগে? জানো আহক ইয়াৰ আধ্যাত্মিক আৰু ব্যৱহাৰিক গুৰুত্ব
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ