--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ১৯ ফেব্ৰুৱাৰী ২০২৪, সোমবাৰ। কেনেদৰে পাৰ হ’ব আপোনাৰ আজিৰ দিনটো? জানি লওক সবিশেষ...

১. মেষ ৰাশি (অ,ল) : -  মেষ 
ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত শুভ কৰ্মত আত্মনিয়োগ কৰিবলৈ সুযোগ লাভ কৰিব, ব্যৱসায় বাণিজ্যত শুভ বুলি কব পাৰি, লগতে আজি আপোনাৰ প্ৰেম আৰু আৰ্থিক দিশটো শুভ হোৱাৰ যোগ দেখা যায়। 

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা সকলৰ‌ আজিৰ দিনটোত আয় বাঢ়িব , উৎসৱ পাৰ্বনত বা সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সৰু-সুৰা বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত যিসকল সমাজ কৰ্মী আছে তেওঁলোকে ৰাইজৰ লগত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হ'ব লগতে আপুনি সজাগ নহ'লে যাত্ৰাত সামান্য বিপদ বিঘিনিৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত মনত প্ৰশান্তি বাঢ়িব, সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি ব্যয়ৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব।

৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ হ'ব , ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, কৰ্মত আনন্দময় পৰিবেশ লাভ কৰিব, যদিও আজি আপোনাৰ দেহ মনত কষ্ট পাবলগীয়া কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ধন আগমন বাঢ়িব , লগতে আজি আপুনি ভাল খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব।

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ সহায় সহযোগিতাৰ মাজেৰে দিনটো পাৰ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা।

৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত শুভ কৰ্মত আত্মনিয়োগ কৰিবলৈ সুযোগ লাভ কৰিব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য কষ্ট বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত সুখ শান্তি লাভ কৰিব, প্ৰেমত সহাৰি লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি (গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত বেচা কিনাত শুভ হ'ব , চাকৰিয়াল সকলৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন কাপোৰ লাভ কৰিব পাৰে, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হ'ব লগতে স্বাস্থ্যৰ যতন লোৱা প্ৰয়োজন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ