--°C
Loading...
Listen to Article
2 min read
80%

২২ নৱেম্বৰ ২০২২, মঙলবাৰ

মেষ – আপোনাৰ পৰিয়ালক সকলো কামত সহায় কৰক। আজি এটা নতুন কামৰ বাবে আগবাঢ়িব পাৰে। আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব। 

বৃষ – আপুনি আপোনাৰ নিজৰ এলাহ দূৰ কৰিবলৈ সক্ষম হ'ব। আপুনি যথেষ্ট সফলতা লাভ কৰিব। পিতৃৰ প্ৰতি কৃতজ্ঞ অনুভৱ কৰক। মনোবল বৰ্তাই ৰাখক। 

মিথুন – আপুনি কৰ্মক্ষেত্ৰত ভাৰসাম্য বজাই ৰাখিব পাৰিব। আপোনাৰ সহকৰ্মীয়ে আজি আপোনাক ঠগিব পাৰে। হাতলৈ পইচা আহিব পাৰে। 

কৰ্কট -যিকোনো পদক্ষেপ লোৱাৰ আগতে সাৱধান হওক। সামাজিক অনুষ্ঠানত সন্মানিত হোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ।

সিংহ – পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে। বাহিৰত আজি কাম থাকিলে বাদ দিয়ক। মৰম বজাই ৰাখক। 

কন্যা – আজি গোটেই দিনটোত আপোনাৰ খং উচ্চ হ’ব। যদি কোনোবাই ধাৰ বিচাৰে, নিদিব। যিকোনো কামত সাফল্য পাব।

তুলা – স্বাস্থ্য আজি যথেষ্ট উন্নত হ’ব। সহকৰ্মীৰ লগত মুকলিকৈ কথা পাতিবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত দিনটো যথেষ্ট ইতিবাচক হ’ব।

বৃশ্চিক -কোনো কামতে খৰখেদা নকৰিব।নিজৰ লক্ষ্যত উপনীত হ’বলৈ কষ্ট কৰক। ভাড়াঘৰ সলনি কৰাৰ সম্ভাৱনা আছে। 

ধনু- কামত লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। কাৰোবাৰ পৰা কোনো অনুষ্ঠানৰ আমন্ত্ৰণ পাব আৰু উপহাৰো লাভ কৰাৰ যোগ আছে। 

মকৰ- কামত উন্নতিৰ সম্ভাৱনা অধিক। প্ৰেমত কাজিয়া। মনৰ আশা পূৰণ। গাখীৰ চাহ এৰাই চলক।

কুম্ভ –আপুনি ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিব পাৰে। নগদ ধন বিনিয়োগ কৰিলে কামত আহিব পাৰে। প্ৰেমত সংঘাত। 

মীন- আপুনি নিজকে নতুন পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ চেষ্টা কৰিব লাগিব।  বাহিৰা বস্তু খাওতে সাৱধান হওক। ঘৰলৈ আলহী আহিব।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক