--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃআজি ২০২৩ চনৰ  ২  জুলাই, দেওবাৰ। আজি কেনে যাব আপোনাৰ দিনটো। জানো আহক দিনটোৰ ৰাশিফল-

১. মেষ ৰাশি- আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হ'ব৷  কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ'ব। স্বাস্থ্য ভালে থাকিব।প্ৰেমত মধ্যম। পানীৰ পৰা সাৱধান

২. বৃষ ৰাশি -বন্ধুৰ সৈতে মিলন হ'ব।  সংসাৰত শুভ।  শৰীৰ অসুস্থ। প্ৰেমত সন্দেহ। বিদ্যাত বাধা।খৰচ বৃদ্ধিৰ যোগ ।চকুৰ ৰোগ হ’ব পাৰে।

৩. মিথুন ৰাশি-  ভ্ৰমণ হ'ব পাৰে৷ কৰ্মস্থান শুভ। মনৰ আশা পূৰণ। ঘৰলৈ আলহী অহাৰ যোগ দেখা যায়৷ হাতলৈ ধন আহিব।

৪. কৰ্কট ৰাশি -শুভ সংবাদ লাভ কৰিব৷। প্ৰেমত আশা বৃদ্ধি। শৰীৰত গুৰুত্ব দিয়ক।খৰচ বৃধ্দিৰ যোগ। কিন্তু হাতলৈ ধনো আহিব। মাতৃৰ বাবে চিন্তা।

৫. সিংহ ৰাশিৰ - আনৰ সহায় সহযোগিতা লাভ কৰিব৷ আৰ্থিক দিশক লৈ চিন্তিত। মানসিক শান্তি ভংগ। হাতলৈ ধন অহাৰ যোগ।

৬. কন্যা ৰাশি - আয় বাঢ়িব৷প্ৰেমত শান্তি। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত বাধা। প্ৰেমত মধ্যম।শিঙাল যজন্তুৰ পৰা সাৱধান। 

৭. তুলা ৰাশি - খৰচ বৃদ্ধি হ'ব পাৰে ৷ মনৰ আশা পূৰণ হ’ব। প্ৰেমত শুভ। বন্ধুৰ সহায় লাভ।হঠাতে ভাল খবৰ পাব পাৰে।ধন আহিব।

৮. বৃশ্চিক ৰাশি -মনত কষ্ট পাব।  আপুনি কামক লৈ সজাগ হোৱাটো ভাল হ'ব। সন্তানক লৈ চিন্তা। খৰচ নিয়ন্ত্ৰণ কৰক ।যান-বাহনৰ পৰা সাৱধান।

৯. ধনু ৰাশি- আনে প্ৰশংসা কৰিব।  দেহত বিষ হ'ব পাৰে। আলহীৰ আগমন। খৰচ বৃদ্ধি। ধাৰাল অস্ত্ৰৰ পৰা সাৱধান। 

১০. মকৰ ৰাশি- আত্মীয়ৰ আগমন।মনলৈ শান্তিৰ ভাব আহিব। সন্তানৰ প্ৰতি  নজৰ দিয়ক। প্ৰশংসা লাভ কৰিব।প্ৰেমত নতুন যোগাযোগ। খৰচ বৃদ্ধি হ’ব পাৰে। 

১১. কুম্ভ ৰাশি - সন্মান বাঢ়িব৷ কোনো বস্তু হেৰাব পাৰে।  খৰচ হ্ৰাস পাব। প্ৰেমত শুভ।পিতৃ-মাতৃৰ বাবে চিন্তা। 

১২. মীন ৰাশি- নতুন বস্তু ক্ৰয় কৰিব পাৰে। ।  প্ৰেমত বুজাবুজিৰ ভাব। দূৰ ভ্ৰমণৰ যোগ। । পানী আৰু যান-বাহনৰ পৰা সাৱধানে থাকিব।পেটৰ ৰোগত ভুগিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ