--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
এগৰাকী নাৰীয়ে  ঘৰৰ বাহিৰে-ভিতৰে  সমানে চম্ভালিব লাগে।কিন্তু পৰিয়াল,সন্তানৰ দ্বায়িত্ব পালন কৰোঁতে   প্ৰায়েই নিজৰ যত্ন ল’বলৈ সময় নাপায়। কিছুমান মৌলিক কথা মনত ৰাখিলে নাৰীৰ শৰীৰ সুস্থ হৈ থাকে।
ঘৰৰ বাহিৰে-ভিতৰে নাৰীয়ে সমানে চম্ভালিব লাগে। কিন্তু তেওঁলোকৰ ব্যস্ততাৰ বাবে প্ৰায়ে নিজৰ যত্ন ল’বলৈ সময় নাপায়। কিছুমান মৌলিক কথা মনত ৰাখিলে নাৰীৰ শৰীৰ সুস্থ হৈ থাকে।

ভাৰতৰ  দৰে গ্রীষ্মমণ্ডলীয় দেশত দৈনিক  স্নান নকৰিলে শৰীৰত অসুস্থতা দেখা দিয়াৰ সম্ভাৱনা থাকে৷ গা নুধুলে শৰীৰৰ অলসতা বৃদ্ধি হ’ব  পাৰে। 
প্ৰতিদিনে পৰিষ্কাৰ পানীৰে গা ধূলে  কোষবোৰ সজীৱ হৈ উঠে। 

 পুৰণি হ’লেও প্ৰতিদিনে পৰিষ্কাৰ কাপোৰ পিন্ধক। কাপোৰৰ পৰাও বীজাণু সংক্ৰমিত হ’ব পাৰে। গতিকে সদায় ধোৱা পৰিস্কাৰ কাপোৰহে পিন্ধিব। নিয়মিতভাৱে অন্তৰ্বাস ধুবলৈ নাপাহৰিব।
পুৰণি হ’লেও প্ৰতিদিনে পৰিষ্কাৰ কাপোৰ পিন্ধক। কাপোৰৰ পৰাও বীজাণু সংক্ৰমিত হ’ব পাৰে। গতিকে সদায় ধোৱা পৰিস্কাৰ কাপোৰহে পিন্ধিব। নিয়মিতভাৱে অন্তৰ্বাস ধুবলৈ নাপাহৰিব।

 সঘনাই হাত ধুব লাগে। যাৰ ফলত আপোনাৰ হাতত বীজাণু বৃদ্ধি নহ’ব। ঘৰতেই হওক বা বাহিৰত হওক, ধোৱা ৱাশ্বৰুমৰ পৰা ওলাই আহি ভালকৈ হাত ধুব। হাঁচি কাঁহৰ পিছত হাত ধুবলৈ নাপাহৰিব।
সঘনাই হাত ধুব লাগে। যাৰ ফলত আপোনাৰ হাতত বীজাণু বৃদ্ধি নহ’ব। ঘৰতেই হওক বা বাহিৰত হওক, ধোৱা ৱাশ্বৰুমৰ পৰা ওলাই আহি ভালকৈ হাত ধুব। হাঁচি কাঁহৰ পিছত হাত ধুবলৈ নাপাহৰিব।
 দাঁতৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। ৰাতিপুৱা শোৱাৰ পৰা উঠি আৰু ৰাতি শোৱাৰ আগতে দাঁত ব্ৰাছ কৰিবলৈ নাপাহৰিব। ইয়াৰ ফলত দাঁত পোকে খোৱা আৰু অন্যান্য সংক্ৰমণ ৰোধ হ’ব। দাঁতৰ লগতে জিভাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক।

পৰিষ্কাৰ হৈ থাকক। তেতিয়া আপোনাৰ শৰীৰৰ দুৰ্গন্ধৰ সমস্যা নহ’ব। মাহেকীয়াৰ সময়ত নিয়মীয়াকৈ চেনিটেৰী নেপকিন সলনি কৰিব লাগে। মাহেকীয়াৰ সময়ত গোপনাংগ পৰিষ্কাৰ কৰি ৰাখিব লাগে। তেতিয়া দুৰ্গন্ধৰ পৰা মুক্তি পাব।কাষলতি আৰু গোপনাংগ পৰিষ্কাৰ কৰি ৰাখক। মাহেকীয়াৰ সময়ত নিয়মীয়াকৈ চেনিটেৰী নেপকিন সলনি কৰিব লাগে। মাহেকীয়াৰ সময়ত গোপনাংগ পৰিষ্কাৰ কৰি ৰাখিব লাগে। তেতিয়া দুৰ্গন্ধৰ পৰা মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস