--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি জানেনে যে অত্যধিক নিমখ সেৱন কৰিলে আপুনি সোনকালে বৃদ্ধ বয়সত উপনীত হয়। সকলোৱে জানে যে নিমখৰ অত্যধিক আৰু কম ব্যৱহাৰে সদায় ব্যঞ্জনৰ সোৱাদ নষ্ট কৰে। একেদৰে ইয়াৰ অধিক পৰিমাণে সেৱন কৰিলে অকালতে বুঢ়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। প্ৰচুৰ পৰিমাণে নিমখ খালে অকালতে বাৰ্ধক্যকাল হ’ব পাৰে বুলি বিশ্বাস কৰা হয়। 

ইয়াৰ বাহিৰেও আমাৰ শৰীৰত অত্যধিক নিমখ খালে সমস্যাটো বাঢ়িব পাৰে। অধিক নিমখ খালে কি সমস্যা হয় জানো আহক। কেঁচা নিমখ খোৱাটো শৰীৰৰ বাবে একেবাৰে অপকাৰী। কাঁহীত কেঁচা নিমখ লৈ খোৱাৰ অভ্যাস আজিয়েই বাদ দিয়ক

১) কিছুমান মানুহৰ খাদ্যৰ লগত কেঁচা নিমখ খোৱাৰ অভ্যাস থাকে। অত্যধিক নিমখ সেৱনে শৰীৰত সোনকালে বয়স বৃ্দ্ধিৰ চাপ পেলায়। 

২)চকুৰ বাবেও অতিৰিক্ত নিমখ সেৱন কৰাটো ভাল নহয়।

৩)ইয়াৰ উপৰিও অত্যধিক পৰিমাণৰ নিমখ ব্যৱহাৰ কৰাৰ ফলত মানুহৰ তেজৰ মাত্ৰাও কমি যায়। 

৪)অধিক পৰিমাণে নিমখ খালে শৰীৰত এলাৰ্জী হয় বুলি বিশ্বাস কৰা হয়।

৫)অত্যধিক নিমখ খালে চুলি সোনকালে পকে বুলি বিশ্বাস কৰা হয়।

এইসকল ৰোগীয়ে নিমখ সুষম পৰিমাণত খাব লাগে

নিমখ সুষম পৰিমাণে খাব লাগে। পেটৰ সমস্যা বা উচ্চ ৰক্তচাপ সমস্যাত ভুগি থকা লোকসকলে অত্যধিক নিমখ খালে ক্ষতিগ্ৰস্ত হ’ব পাৰে। যিসকল লোকৰ শৰীৰ ফুলা সমস্যা আছে, তেওঁলোকেও সুষম পৰিমাণত নিমখ সেৱন কৰিব লাগে। আনহাতে অত্যধিক জ্বৰ হ’লেও বহুতে নিমখ বেছিকৈ সেৱন কৰে কিন্তু এনে অৱস্থাত অত্যধিক নিমখ খোৱা উচিত নহয়।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস