--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাওঁতে চাওঁতেই এবছৰ পাৰ হৈ গ’ল ভিকি কৌশল আৰু কেটৰিনা কাঈফৰ সংসাৰ। বিবাহৰ বৰ্ষপুৰ্তি উপলক্ষে ভিকিয়ে কেটৰিনাক বুকুত সাৱটি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিছে। পত্নীৰ প্ৰশংসাত পঞ্চমুখ স্বামী।

এটা সংবাদমাধ্যমত ভিকীয়ে কৈছে যে কেটৰিনাৰ দৰে মানুহ তেওঁ এই জীৱনত দেখাই নাই। কেটৰিনাৰ অনেক গুণে মুগ্ধ কৰিছে ভিকীক।

“কেটৰিনাই প্ৰায়ে কয় যে যদি তুমি কোনো মানুহক ভাল একো ক’ব নোৱাৰা, তেন্তে মনে মনে থাকা। কেটৰিনা যিমান বুদ্ধিমতী, সিমানেই ডাঙৰ মনৰ মানুহ। নিজৰ চাৰিওপাশৰ মানুহক সন্মান দিব জানে।”- ভিকীয়ে কয়।

কেটৰিনাই তেওঁৰ জীৱন সলনি কৰি দিছে বুলিও জনাই ভিকীয়ে। কেটৰিনাক পাই ভিকী অনেক সুখী। তেওঁলোকৰ সংসাদৰ বলিউডৰ অন্যতম সফল প্ৰেমৰ উদাহৰণ হৈ পৰিছে।

আৰম্ভণিতে সম্পূৰ্ণ অপৰিচীত আছিল দুয়ো। কিন্তু এটা পাৰ্টিত প্ৰথম দেখা হ’ল তেওঁলোকৰ। তাৰপাছতে আৰম্ভ হৈছিল প্ৰেমৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক