--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেলগে দেখা নাযাবও পাৰে প্ৰিয়ংকা চোপ্ৰা, আলিয়া ভাট আৰু কেটৰিনা কাঈফক। বলিউডৰ এই তিনিগৰাকী শীৰ্ষ অভিনেত্ৰীক একেলগে দেখা নাযাব পাৰে ‘জী লে জাৰা’ নামৰ চিনেমাখনত।

ফাৰহান আখতাৰৰ জনপ্ৰিয় ছৱি ‘জিন্দেগী না মিলেগি দোবাৰা’ৰ ১১ বছৰ পূৰ্ণ হৈছে। এইবাৰ তেওঁ নিৰ্মাণ কৰিবলৈ লৈছিল ‘জী লে জাৰা’ নামৰ ছৱিখন। ছৱিখনত বলিউডৰ তিনিওগৰাকী শীৰ্ষস্থানৰ অভিনেত্ৰীক লোৱাৰ কথা আছিল।

এমাহ পূৰ্বে এই ঘোষণা কৰিছিল আখটাৰে। কিন্তু এতিয়ালৈকে কোনো কাম আগবঢ়া নাই। জানিব পৰামতে, ছৱিখন নিৰ্মাণ বাদ দিছে আখটাৰে। কিন্তু এতিয়াও ছৱিখনৰ কথা চলি আছে বুলি জনা গৈছে।

আখটাৰে শেহতীয়াকৈ ‘আৰ্চিজ’ নামৰ এখন চিনেমাৰ কামত ব্যস্ত আছিল। তাৰপাছতে এতিয়া খ্ৰীষ্টমাচৰ ছুটি কটাব। তাৰপাছতহে তেওঁ ‘জী লে জাৰা’ৰ কথা ভাবিব।

আনহাতে, সন্তানৰ মাতৃ হৈছে আলিয়া ভাট। সেয়ে কিছু বিৰতি লৈছে অভিনেত্ৰীগৰাকীয়ে। প্ৰিয়ংকা চোপ্ৰাও আছে আমেৰিকাত। আনহাতে, কেটৰিনা কাঈফে নতুনকৈ সাংসাৰিক জীৱন আৰম্ভ কৰিছে। সেয়ে ছৱিখন বিলম্ব হৈছে বুলি অনুমান কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক