--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইবাবছৰ ধৰি গোপনে ডেটিং কৰাৰ পিছত অৱশেষত ২০২১ চনত বিকি কৌশল আৰু কেটৰিনা কাইফে বিবাহপাশত আবদ্ধ হয়। দেখাত তেওঁলোকৰ বিয়াৰ দুবছৰ হ’ল। বিয়াৰ পিছত অৱশ্যে দুয়োগৰাকী তাৰকাৰ ছ’চিয়েল মিডিয়া পেজ চালেই তেওঁলোকৰ সম্পৰ্কৰ কেমিষ্ট্ৰি স্পষ্ট হৈ পৰে।

ভিকি আৰু কেটৰিনা সম্পূৰ্ণ বেলেগ এখন পৃথিৱীত ডাঙৰ-দীঘল হৈছিল। ভিকি এটা মধ্যবিত্তীয় পাঞ্জাবী পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। আনহাতে ভাৰতলৈ আহি অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰা কেট আছিল সম্পূৰ্ণ বিদেশীনী। তেওঁ ভিকিতকৈ কেইবাবছৰ ডাঙৰো। এনে মিল নোহোৱাৰ মাজতো কেটৰিনাৰ দৰে বোৱাৰী পাই বিকিৰ মাতৃ বীনা কৌশলে আনন্দত আত্মহাৰা হৈ পৰিছে। ইয়াৰ আঁৰত এটা বিশেষ কাৰণ আছে।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত ভিকিয়ে কয়- ''আচলতে আমি এটা অতি সাধাৰণ পৰিয়াল। মাই কেটৰিনাৰ খাদ্যাভ্যাস বৰ ভাল পায়। কাৰণ, কেটৰিনাই শাক-পাচলি খাই ভাল পায়। মাকে ৰন্ধা লাউ বা লাউৰ তৰকাৰী খায়। আনহাতে, চলে ভাতুৰা খাই মোৰ বৰ ভাল লাগে। মায়ে আমাৰ দুই ভাইক সৰুৰে পৰা শাক-পাচলি খাবলৈ কৈ কৈ প্ৰায় হাৰ মানিলে। কিন্তু কেটৰিনা আহি মাকৰ অনুশোচনাৰ ঠাইখন ভৰি পৰিল।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ